ETV Bharat / state

যোৰহাটৰ ভোগদৈ নৈৰ পাৰত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 2, 2019, 10:54 AM IST

Updated : Nov 2, 2019, 11:58 AM IST

পুৱাই যোৰহাটৰ গড়মূৰত চাঞ্চল্য় ৷ এখন চালিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ ৷ গড়মূৰ উপ আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।

ভোগদৈ নৈৰ পাৰত অস্থায়ী চালিত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

যোৰহাট,2নৱেম্বৰঃ যোৰহাটৰ গড়মূৰৰ ভোগদৈ নৈৰ পাৰত অস্থায়ী চালিত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ ৷ নৈৰ পাৰত উদ্ধাৰ হোৱা মৃত লোকজনৰ নাম জগৎ চাংমাই বুলি জানিব পৰা গৈছে ৷ মৃত লোকজন ছেমফৰ্ড ফিউছাৰিষ্টিক নামৰ বিদ্যালয়খনৰ বাছৰ চালক হিচাপে কৰ্মৰত আছিল। শনিবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে গড়মূৰ উপ আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে জগৎ চাংমাইৰ মৃতদেহ উদ্ধাৰ হোৱা সময়ত মাটিত ভৰি লাগি থকা ঘটনাই এইয়া হত্যা নে আত্মহত্যা তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

পূৱাই যোৰহাটৰ গড়মূৰত চাঞল্য।।এখন চালিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।।

যোৰহাটৰ গড়মূৰৰ ভোগদৈ নদীৰ পাৰত অস্হায়ী চালিত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত।ছেমফৰ্ড ফিউছাৰিষ্টিক নামৰ বিদ্যালয় খনৰ কৰ্মচাৰী আছিল লোক জন।জগৎ চাংমাই নামৰ লোক জনৰ মৃতদেহ উদ্ধাৰ হোৱা সময়ত মাটিত ভৰি লাগি আছিল।বিদ্যালয় খনৰ বাছৰ চালক হিচাবে কৰ্মৰত আছিল।পূৱা স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে।ইতিমধ্যে গড়মূৰ উপ আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।উল্লেখযোগ্য যে মৃতদেহৰ লক্ষণ দেখি থাৱৰ কৰিব পৰা নাই এইয়া আত্মহত্যা নে হত্যা।
Last Updated : Nov 2, 2019, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.