ETV Bharat / state

শুদ্ধ এন আৰ চিৰ দাবী হিন্দু জাগৰণ মঞ্চৰ - অৱস্থান ধৰ্মঘট কাৰ্যসূচী হিন্দু জাগৰণ মঞ্চৰ

শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণৰ দাবী হিন্দু জাগৰণ মঞ্চৰ ৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ ৷ কোনো ধৰণৰ জাননী জাৰি নকৰাকৈয়ে ২৭ % তথ্য পুনৰীক্ষণ কৰা সন্দৰ্ভত সন্দেহ প্ৰকাশ সংগঠনটোৰ ৷

শুদ্ধ এন আৰ চিৰ দাবী হিন্দু জাগৰণ মঞ্চৰ
author img

By

Published : Aug 17, 2019, 1:29 PM IST

যোৰহাট, 17 আগষ্টঃ প্ৰকৃত ভাৰতীয় লোকৰ নাম যাতে নাগৰিক পঞ্জীৰ পৰা বাদ নপৰে তথা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ নাম যাতে নাগৰিকপঞ্জীত সোমাব নোৱাৰে তাৰ দাবীত যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে হিন্দু জাগৰণ মঞ্চই ৷ এন আৰ চি ৰাজ্যিক সমন্বয়ক গৰাকীয়ে কোনো ধৰণৰ জাননী জাৰি নকৰাকৈয়ে ২৭ % তথ্য পুনৰীক্ষণ কৰা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰাৰ লগতে নাগৰিক পঞ্জী উইপ্ৰ' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে তদাৰক কৰা সময়ত চাইমূল কৰিম নামৰ এজন লোকৰ নেতৃত্বত একাংশ ঠিকাভিক্তিক কৰ্মচাৰীয়ে স্পৰ্শকাতৰ বিষয় সমুহ পৰিচালনা কৰাত সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

শুদ্ধ এন আৰ চিৰ দাবী হিন্দু জাগৰণ মঞ্চৰ

বাংলাদেশৰ সীমান্তৱৰ্তী জিলা সমুহত ১০০% পূনৰীক্ষণ কৰিবলৈও দাবী জনাইছে সংগঠনটোৱে ৷

শুদ্ধ নাগৰিক পন্ঞ্জীৰ দাবীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।।

প্ৰকৃত ভাৰতীয় নাম কৰ্তন আৰু বিদেশীৰ নাম অন্তৰ্ভুক্তীৰে এখন অশুদ্ধ নাগৰিক পন্ঞ্জী বিৰোধিতাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত এঘন্টীয়া অৱস্হান ধৰ্মঘট উত্তাল পৰিবেশ হিন্দু জাগৰণ মঞ্চৰ।সংগঠনৰ দাবী বাংলাদেশৰ সীমান্তৱৰ্তী জিলা সমুহত ১০০% পূণৰীক্ষণ কৰিবলৈ দাবী কৰাৰ লগতে নাগৰিক পঞ্জী উইপ্ৰ্ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানে তদাৰক কৰা সময়ত চাইমূল কৰিম নামৰ এজন লোকৰ নেতৃত্বত একাংশ ঠিকাভিক্তিক কৰ্মচাৰীয়ে স্পৰ্শকাতৰ বিষয় সমুহ পৰিচালনা কৰাত সন্দেহ প্ৰকাশ কৰিছে সংইঠনটোৱে।আনহাতে এন আৰ চি ৰাজ্যিক সমন্ধয় গৰাকীয়ে কোনো ধৰণৰ জাননী জাৰি নকৰাকৈয়ে ২৭ % তথ্য পুণৰিক্ষণ কৰা কথাত সন্দেহ কৰিছে হিন্দু জাগৰণ মঞ্চই।প্ৰকৃত ভাৰতীয় লোক যাতে নাগৰিক পঞ্জী পৰা বাদ নপৰে তথা অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ নাম পঞ্জী খোমাব নোৱাৰে তাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল কৰে যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.