মৰিয়নী, 9 আগষ্টঃ জানিব পৰা মতে মৰিয়নীৰ দিগন্ত বৰা নামৰ ব্যৱসায়ীজনে বৃহস্পতিবাৰে নিশা মৰিয়নীস্থিত ভাৰতীয় ষ্টেট বেংকৰ তলত থকা ATM ৰ পৰা ১৫০০০ টকা উলিয়াইছিল । ATM ৰ পৰা ওলোৱা টকাখিনিৰ ৫০০ টকীয়া ১০ খন নোট সম্পূৰ্ণ ৰূপে ফটা আৰু কাগজৰ টাপলি লগোৱা । উপায়ন্তৰ হৈ ব্যক্তিজনে শুকুৰবাৰে পুৱা ফটা টাপলি লগোৱা নোট সমূহ লৈ ষ্টেট বেংকলৈ যায় । আনহাতে মৰিয়নীস্থিত ষ্টেট বেংকৰ ATM সমূহ নিশা হ'লেই বন্ধ কৰি দিয়াত বিভিন্ন কাৰণবশত নিশা ধন উলিয়াবলৈ যোৱা গ্ৰাহকসকল ধন নাপাই ঘূৰি আহিবলগীয়া হয় ।
ষ্টেট বেংকৰ ATMৰ পৰা ওলাল টাপলি মৰা ফটা নোট
ভাৰতীয় ষ্টেট বেংকৰ এ টি এমত ওলাল টাপলি মৰা নোট ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ মৰিয়নীৰ এটা এটি এমত ৷ ধন উলিয়াবলৈ গৈ গ্ৰাহকে পালে ফটা,টাপলি মৰা ৫০০ টকীয়া নোট ৷
মৰিয়নী, 9 আগষ্টঃ জানিব পৰা মতে মৰিয়নীৰ দিগন্ত বৰা নামৰ ব্যৱসায়ীজনে বৃহস্পতিবাৰে নিশা মৰিয়নীস্থিত ভাৰতীয় ষ্টেট বেংকৰ তলত থকা ATM ৰ পৰা ১৫০০০ টকা উলিয়াইছিল । ATM ৰ পৰা ওলোৱা টকাখিনিৰ ৫০০ টকীয়া ১০ খন নোট সম্পূৰ্ণ ৰূপে ফটা আৰু কাগজৰ টাপলি লগোৱা । উপায়ন্তৰ হৈ ব্যক্তিজনে শুকুৰবাৰে পুৱা ফটা টাপলি লগোৱা নোট সমূহ লৈ ষ্টেট বেংকলৈ যায় । আনহাতে মৰিয়নীস্থিত ষ্টেট বেংকৰ ATM সমূহ নিশা হ'লেই বন্ধ কৰি দিয়াত বিভিন্ন কাৰণবশত নিশা ধন উলিয়াবলৈ যোৱা গ্ৰাহকসকল ধন নাপাই ঘূৰি আহিবলগীয়া হয় ।
মৰিয়নীৰ ষ্টেট বেংকৰ ATM ৰ পৰা ওলাল টাপলি মৰা নোট।
কিছুসংখ্যক ষ্টেট বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ লগত বদ ব্যৱহাৰ কৰাৰ কথাটোত কোনো নতুনত্ব নাই। এতিয়া আকৌ গ্ৰাহকক হাৰাশাস্তি কৰিবৰ বাবে ষ্টেট বেংকৰ ATM ত ওলাইছে টাপলি মৰা নোট। এই ঘটনা সংঘটিত হৈছে মৰিয়নীস্থিত ভাৰতীয় ষ্টেট বেংকৰ ATM ত। জানিব পৰা মতে মৰিয়নীৰ দিগন্ত বৰা নামৰ ব্যৱসায়ীজনে যোৱা নিশা মৰিয়নীস্থিত ভাৰতীয় ষ্টেট বেংকৰ তলত থকা ATM ৰ পৰা ১৫০০০ টকা উলিয়াইছিল। ATM ৰ পৰা ওলোৱা টকাখিনিৰ ৫০০ টকীয় ১০ খন নোট সম্পূৰ্ণ ৰূপে ফটা আৰু কাগজৰ টাপলি লগোৱা। উপায়ন্তৰ হৈ ব্যক্তিজনে আজি পুৱাই ফটা টাপলি লগোৱা নোট সমূহ লৈ ষ্টেট বেংকলৈ ঢপলি মেলে। অন্যহাতে মৰিয়নী স্থিত ষ্টেট বেংকৰ ATM সমূহ নিশা হলেই বন্ধ কৰি দিয়াত বিভিন্ন কাৰণবশত নিশা ধন উলিয়াবলৈ যোৱা গ্ৰাহক ধন নাপাই ঘূৰি আহিবলগীয়া হয়।
এই সন্দৰ্ভত ভুক্তভোগী গ্ৰাহক জনৰ মতামত এনেদৰে।
Bite
Ranjit Borah
Mariani
Body:ATM NOTE SCANDAL MARIANI

Conclusion: