ETV Bharat / state

যোৰহাটত এয়াৰ পিষ্টল সহ আটক এজন যুৱক - গোপাল দাস

যোৰহাটৰ বহু ডকাইতি কাণ্ডৰ লগত জড়িত থকা গোপাল দাস নামৰ যুৱক জনক বুধবাৰে ভাড়াঘৰৰ পৰা আটক কৰে যোৰহাট আৰক্ষীয়ে ।

jorhat police arrested  with gun golap das
যোৰহাটত এয়াৰ গান সহ আটক এজন যুৱক
author img

By

Published : Jun 3, 2020, 2:15 PM IST

যোৰহাট,৩জুনঃ বুধবাৰে যোৰহাট জিলাত এয়াৰ পিষ্টল সহ এজন যুৱকক আটক কৰা হয় । যুৱকজন দেৰগাঁৱৰ বিলতিয়াৰ গোপাল দাস বুলি জানিব পৰা গৈছে। অভিযুক্ত যুৱকজন যোৰহাটৰ চোলাধৰাত ভাড়া ঘৰত থকা বুলি এক গোপন সূত্ৰৰ পৰা জানিব পাৰি আটক কৰে যোৰহাট আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, বিভিন্ন ডকাইটি কাণ্ডৰ লগত গোপাল দাস জড়িত বুলি ইতিমধ্যে আৰক্ষী সূত্রৰ পৰা জানিব পৰা গৈছে । লগতে পঢকঃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.