ETV Bharat / state

তিতাবৰত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা , নিশা পৰ্যন্ত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা - NATIONAL FLAG

73 সংখ্যক স্বাধীনতা দিৱসৰ মাজতেই তিতাবৰত অঘটন ৷  নিশা পৰ্যন্ত অৱনমিত নহ’ল ৰাষ্ট্ৰীয় পতাকা খন।

তিতাবৰত জাতীয় পতাকাক অপমান, উৰে নিশালৈ উৰিল পতাকা
author img

By

Published : Aug 16, 2019, 12:58 PM IST

যোৰহাট, 16 আগষ্টঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যত উলহ মালহে পালন হৈছিল 73 সংখ্যক স্বাধীনতা দিৱস । এই স্বাধীনতা দিৱসৰ মাজতেই তিতাবৰত জাতীয় পতাকাক চৰম অৱমাননা । অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন তিতাবৰ জিলা শাখাৰ উদ্যেগত জাতীয় পতাকা উত্তোলন কৰা হয় যদিও নিশা পৰ্যন্ত অৱনমিত নহ’ল ৰাষ্ট্ৰীয় পতাকা খন। । এজনো বিষয়ববীয়াই অৱনমিত নকৰিলে জাতীয় পতাকাখন ৷ অৱশেষত তিতাবৰ কাৰ্যালয়ৰ কাষতেই থকা এগৰাকী মহিলাই অৱনমিত কৰিলে জাতীয় পতাকাখন ৷

Intro:সমগ্ৰ দেশৰ লগতে ৰাজ্য ত উলহ মালহে পালন হৈছিল 73সংখ্যক স্বাধীনতা দিৱস ।তিতাবৰ জাতীয় পতকাক কৰা হল চৰম অপমান । অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন তিতাবৰ জিলা শাখাৰ উদ্দেশ্যগত জাতীয় পতাকা উত্তোলন কৰা হল ঠিকেই কিন্তু নিশা লৈ উৰি থাকিল জাতীয় পতাকা।Body:অন্যান্য পিছপৰা শ্ৰেণীৰ এজনো বিষয় ববীয়া অবনমিত নকৰিলে জাতীয় পতাকা খন অবশেষত তিতাবৰ কাযালয়ত কাষত থকা এগৰাকী মহিলাই অবনমিত কৰিলে জাতীয় পতাকা।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.