ETV Bharat / state

সমাপ্ত হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 24 ঘন্টীয়া অনশন

author img

By

Published : Jan 15, 2020, 2:17 PM IST

নাগৰিকত্ব সংশোধনী আইন 2019 আৰু কাৰাৰুদ্ধ নেতাসকলক বিনাচৰ্তে মুক্তিৰ দাবীত যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷

hunger strike
অনশন

যোৰহাট, 15 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, 2019 আৰু কাৰাৰুদ্ধ নেতাসকলক মুক্তিৰ দাবীত মঙলবাৰে অৰ্থাৎ উৰুকাৰ দিনাৰ পৰা যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ যোৰহাটৰ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে বেনাৰ লগাই অনশনত বহা 24 ঘন্টা সমাপ্ত হ'ল ৷

সমাপ্ত হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 24 ঘন্টীয়া অনশন

CAA আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক বিনাচৰ্তে মুক্তিৰ দাবীত বছৰেকীয়া বিহু পৰিহাৰ কৰি সংগঠনটোৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহে ৷ তেওঁলোকে স্পষ্ট দাবী কৰে যে, এই বিতৰ্কিত আইনখন তেওঁলোকে কোনো কাৰণতে নামানে, তথা ৰাজ্যত প্ৰযোজ্য হ'বলৈ নিদিয়ে ৷ বিজেপি চৰকাৰৰ দমনমুলক নীতিৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈয়ো জংগি আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

Intro:নাগৰিকত্ব সংশোধনী আইন আৰু গ্ৰপ্তাৰ কৰা নেতৃত্ব বৃন্দক মুক্তিৰ দাবীত অনশন,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।।

Body:বাংলাদেশী বাংলাদেশী
কৈ ৰাজগাদী ললে
নাগপুৰৰ পানী পাই
নিলা শিয়াল ওলালে।।

যোৰহাটৰ প্ৰতিবাদস্হলীত এনেদৰে বেনাৰ লগাই প্ৰতিবাদী অনশন ২৪ ঘন্টা হবলৈ হল।
উৰুকাৰ দিনটোৰ পৰা আৰম্ভ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ২৪ ঘন্টীয়া অনশন সমাপ্ত হবলৈ হল।নাগৰিকত্ব সংশোধনী আইন আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোৱৰ আৰু বিতু সোনোৱালক বিনাচৰ্তে মুক্তিৰ দাবীত বছৰেকীয়া বিহু পৰিহাৰ কৰি এনেদৰে জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত প্ৰতিবাদত বহি পৰা কৃষক সংগ্ৰাম সমিতিৰ স্পষ্ট দাবী এই জাতি ধ্বংসী আইন কোনো কাৰণত নামানে,তথা ৰাজ্যত প্ৰয্যোয হবলৈ নিদিয়ে।

byte_অৰিন্দম গগৈ(কৃষক মুক্তি সংগ্ৰাম সমিতি)

Conclusion:বিজেপি চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে অনাগত দিনত ইয়াকয়ো জংগি আন্দোলনৰ হুংকাৰ সংগঠনটোৰ।
জাতীয় বিহু পৰিহাৰ কৰি এনেদৰে ৰাজপথত আন্দোলন কৰিব লগিয়া পৰিস্থিতিৰ বাবে কোন দায়ী।ইয়াৰ উত্তৰ চৰকাৰে নিশ্চিত ভাবে পাব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.