ETV Bharat / state

তিতাবৰত সক্ৰিয় মানৱ সৰবৰাহকাৰী - মানৱ সৰবৰাহকাৰী

ৰাজ্যৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ আছে মানৱ সৰবৰাহকাৰীৰ দল ৷ চাহ জনগোষ্ঠীৰ লোকক কাম দিয়াৰ প্ৰলোভনৰে বিভিন্ন ঠাইত এজেন্টৰ জৰিয়তে বিক্ৰী কৰি আহিছে যুৱতীসকলক ৷

তিতাবৰত সক্ৰিয় মানৱ সৰবৰাহকাৰী
author img

By

Published : May 4, 2019, 4:41 PM IST

তিতাবৰ , 04 মে': তিতাবৰ মহকুমা অন্তৰ্গত অসম নগালেণ্ড সীমান্তত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ৷ চাহ জনগোষ্ঠীৰ লোকক কাম দিয়াৰ প্ৰলোভনৰে বিক্ৰী কৰে দালাল চক্ৰটোৱে ৷ তিতাবৰ মহকুমাৰ অন্তৰ্গত পানীখেতি বনুৱা গাঁৱত এনে এক ঘটনাৰ কথা পোহৰলৈ আহিছে ৷ মহকুমা প্ৰশাসন তথা দল সংগঠনৰ গুৰুত্বহীনতাৰ অভিযোগ ৷

তিতাবৰত সক্ৰিয় মানৱ সৰবৰাহকাৰী

চাহ জনগোষ্ঠী লোকক এটা মানৱ সৰবৰাহকাৰী চক্ৰই সহজে কামৰ প্ৰলোভন দি গুৱাহাটী তথা দিল্লী, ৰাজস্থান আদিত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তেনে সময়তে পানীখেতি বনুৱা গাঁৱৰ এগৰাকী নাবালিকাক পোন্ধৰ বছৰৰ পূৰ্বে মেৰাপানীৰ এজন এজেন্টে কাম দিয়াৰ প্ৰলোভন দি গুৱাহাটীত বিক্ৰী কৰাৰ অভিযোগ দিয়ে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে ৷ নাবালিকা গৰাকীয়ে পৰিয়ালৰ লোকক এবাৰ লগ পাঁওতে জনায় তেঁওক এজেন্ট এজনে 50 হাজাৰ টকাত বিক্ৰী কৰাৰ কথা ৷ কিন্তু দুখৰ বিষয় যে অসম আৰক্ষীৰ হাতত এই সন্দৰ্ভত কোনো তথ্য নাই কিয়নো সহজ সৰল আদিবাসী লোক সকলে আৰক্ষীৰ দুব্যৱহাৰৰ বাবে আৰক্ষীৰ কাষ নাচাপে ৷

Intro:তিতাবৰ মহকুমা অন্তৰ্গত অসম নগালেণ্ড সীমান্তত সক্ৰিয় হৈ আছে মানৱ সৰবৰাহ কাৰী চক্ৰ ।চাহ জনজাতি লোকেক কাম দিয়াৰ প্ৰলোভন দি বিক্ৰী কৰে এই দালাল চক্ৰ টোবে । কিন্তু কান হাৰ নাই মহকুমা প্ৰশাসন তথা দল সংগঠনৰ । এই চাহ জনগোষ্ঠী লোকক সহজে কামৰ প্ৰলোভন দি গুৱাহাটী তথা দিল্লী ৰাজস্থান আদিত বিক্ৰী কৰা হয় ।কিন্তু অতি দুখৰ বিষয় এই তথ্য নাই অসম আৰক্ষীৰ হাতত কাৰণ এই সহজ সৰল আদিবাসী লোক সকলে আৰক্ষীৰ দু ব্যৱহাৰ বাবে আৰক্ষীৰ কাষ নাচাপে । এজেন্ট জৰিয়তে বিক্ৰী কৰা হয় যুৱতী সকলক ।Body:এই ঘটনা সংঘটিত হৈছে তিতাবৰ মহকুমাৰ অন্তৰ্গত পানীখেতি বনুৱা গাঁৱত ।জুনালী খাৰিয়া নামৰ এখৰাকী নাবালিকাক আজি পোন্ধৰ বছৰৰ পূৰ্বে মেৰাপানী এজন এজেন্ট কাম দিয়াৰ কথা কৈ গুৱাহাটী বিক্ৰী কৰিলে কিন্তু ঘৰৰ আহিব তথা পিতৃৰ মৃত্যু দিনা আহিবলৈ নিদিলে জোনালিক ।ঘৰ মানুহ এবাৰ লগ পোৱা জনাই যে মেৰাপানী এজন এজেন্ট 50000 টকা বিক্ৰী কৰা কথা । আজি ও আদিবাসী যুৱক যুৱতী নিৰুদেশক হৈ আছে কিন্তু এই তথ্য নাই অসম আৰক্ষীৰ হাতত।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.