ETV Bharat / state

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব PMAY আঁচনিৰ ধন: ৰঞ্জিত দাস - Housing allotment and funds of PMAY

বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন আৰু পুঁজি ৷ একাউণ্টৰ জৰিয়তে হিতাধিকাৰীয়ে লাভ কৰিব PMAY আঁচনিৰ ধন (PMAY scheme will be provided for Assam people)।

housing-allotment-and-funds-of-pmay-scheme-will-be-provided-to-over-five-lakh-people-of-assam
ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব PMAY আঁচনিৰ ধন : ৰঞ্জিত দাস
author img

By

Published : May 18, 2022, 10:52 PM IST

যোৰহাট, 18 মে' : বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন আৰু পুঁজি ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গ্ৰামোন্নয়ণ মন্ত্ৰী গিৰিৰাজ সিং আৰু অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী ৷ উক্ত অনুষ্ঠানত এই আঁচনিৰ জৰিয়তে 5 লাখ 10 হাজাৰ গৃহ নিৰ্মাণ কৰা হ'ব বুলি সংবাদ মাধ্যমযোগে সদৰী কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে (PMAY scheme will be provided for Assam people)৷

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব PMAY আঁচনিৰ ধন : ৰঞ্জিত দাস

মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, এই আঁচনিৰ বাবে ইতিমধ্যে 1675 কোটি ভাৰত চৰকাৰে মুকলি কৰিছে । লগতে মুঠ খৰছ হ'ব 7739 কোটি 32 হাজাৰ টকা ৷ বৃহস্পতিবাৰে 32 হাজাৰকৈ টকা হিতাধিকাৰীয়ে নিজৰ একাউণ্টৰ জৰিয়তে লাভ কৰিব ।

লগতে পঢ়ক : Assam Assembly: সদন ত্যাগ বিৰোধী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.