ETV Bharat / state

চৰকাৰী ব্যৱস্থাই হেঙাৰ হৈছে এগৰাকী মেধাৱী ছাত্ৰীৰ সপোন পুৰণৰ পথত!!

author img

By

Published : Jun 27, 2019, 7:00 PM IST

এগৰাকী মেধাৱী ছাত্ৰী ৷ চিকিৎসক হবলৈ আদম্য হেপাহ ছাত্ৰী গৰাকীৰ ৷ কিন্তু সপোন বিফল হবলৈ ধৰিছে ছাত্ৰী গৰাকীৰ ৷

চৰকাৰী ব্যৱস্থা হেঙাৰ হৈছে এগৰাকী মেধাৱী ছাত্ৰীৰ সপোন পুৰণৰ পথত!!

যোৰহাট, 27 জুন: ৰাজ্যৰ এগৰাকী মেধাৱী ছাত্ৰীৰ সপোনত হেঙাৰ হল শিক্ষা বিভাগৰ নীতিৰ বাবেই। যি সময়ত দেশৰ আন আন ৰাজ্যত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে মেধাৰ জড়িয়তে বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰা হয়,তেনে সময়তে ৰাজ্যখনৰ ছাত্ৰীয়ে আশাহত হৈছে মেধাৱী হৈও। উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত বিজ্ঞান শাখাত অষ্টম স্থান অধিকাৰ কৰিছিল। যোৰহাটৰ সুকণ্যা ফুকনে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈও এতিয়া ভৱিষ্যতৰ সপোনৰ পৰা বহু নিলগত।

লগতে পঢ়ক: NRCৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম

কিন্তু কাৰ ভুলৰ বাবে এনেদৰে মেধাৱী সুকণ্যাৰ ভৱিষ্যতৰ সপোন আশাহত হল? কি অনুৰোধ জনালে ৰাজ্যৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ । চাওক আমাৰ এক প্ৰতিবেদন...

এগৰাকী মেধাৱী ছাত্ৰীৰ অকথ্য সপোন।সপোন বিফল হবলৈ ধৰিছে একমাত্ৰ চৰকাৰী বেৱস্হাৰ বাবে।।

ৰাজ্যৰ এগৰাকী মেধাৱী ছাত্ৰীৰ সপোনত হেঙাৰ হল শিক্ষা বিভাগৰ নীতিৰ বাবেই।যি সময়ত দেশৰ আন আন ৰাজ্যত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে মেধাৰ জড়িয়তে বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত অত্যাধিক গূৰুত্ব প্ৰদান কৰা হয়,তেনে সময়তে ৰাজ্যখনৰ ছাত্ৰীয়ে আশাহত হৈছে মেধাৱী হৈয়ো।উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত বিজ্ঞান শাখাত অষ্টম স্থান অধিকাৰ কৰিছিল।যোৰহাটৰ সুকণ্যা ফুকনে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈয়ো এতিয়া ভৱিষ্যতৰ সপোনৰ পৰা বহু জন নিলগত।কিন্তু কাৰ ভূল বাবে এনেদৰে মেধাৱী সুকণ্যাৰ ভৱিষ্যতৰ সপোন আশাহত হল।কি অনুৰোধ জনালে ৰাজ্যৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ।।চাওক আমাৰ এক প্ৰতিবেদন।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.