ETV Bharat / state

বৰহোলাত জব্দ বৃহৎ পৰিমাণৰ ভাং

গোপন সূত্ৰৰ পম খেদি বৰহোলা আৰক্ষীয়ে মনোজ দাস নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰিলে ভাং ৷ অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ ৷

author img

By

Published : Oct 4, 2019, 3:04 PM IST

বৰহোলা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ভাং

তিতাবৰ , 4 অক্টোবৰঃ তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান বনোৱা গাঁৱত বৰহোলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে মনোজ দাস নামৰ লোক জনৰ ঘৰ পৰা 1 কেজি 200 গ্ৰাম ভাং উদ্ধাৰ কৰাৰ লগতে মনোজ দাস নামৰ লোক জনক গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে বৰহোলাৰ বোকাজান অঞ্চলত দীৰ্ঘ দিনৰ পৰা ভাং বিক্ৰী হৈ আহিছে ৷ পূজাৰ প্ৰাকমূহুৰ্তত এইয়া বৰহোলা আৰক্ষীৰ বৃহৎ সাফল্য বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷ আটক কৰা মনোজ দাস নামৰ ব্যক্তিজনক ইতিমধ্যে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ শক্তি বিভাগৰ মৰণ ফান্দ : ছিগা বিদ্যুৎ পৰিবাহী তাঁৰে প্ৰাণ ল'লে তিনিজনৰ

Intro:তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান বনোৱা গাঁৱত বৰহোলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মনোজ দাস নামক লোক জনৰ ঘৰ পৰা 1 kg 200 gm ভাং উদ্ধাৰ কৰে আৰু মনোজ দাস নামৰ লোক জনক গ্ৰেপ্তাৰ কৰে। বৰহোলা বেকাজান অঞ্চল দীৰ্ঘ দিন পৰা ভাং ড্ৰাগছ বিক্ৰী হৈ আহিছিল । এই ভাং আৰু ড্ৰাগছ কলেজৰ ছাত্ৰ সেবন কৰি আহিল । বৰহোলা আৰক্ষীৰ পূজাৰ আগত বৃহৎ সাফল্য । Body:মনোজ দাসৰ ওপৰত case no 129/19 ipc20B কেছ ৰুজু কৰি বৰহোলা আৰক্ষীয়ে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছেConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.