ETV Bharat / state

ৰঞ্জিত দাসৰ আহ্বান মৰ্মে বানাক্ৰান্তক সহায় কৰিবলৈ সাজু যোৰহাট জিলা বিজেপি

ৰাজ্যত এফালে ক'ভিড-19 ৰ সংহাৰ আৰু আনফালে বানপানীয়ে জুৰুলা কৰিছে ৰাইজক ৷ ৰাজ্যত বানৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত দাসে সকলো দলীয়-কৰ্মচাৰীক একোজন যোদ্ধা হিচাপে প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সকলো সময়তে যাতে বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াব পাৰে তাৰ বাবে দলীয় বিষয়া-কৰ্মচাৰীক সাজু হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সভাপতি গৰাকীৰ এই নিৰ্দেশৰ প্ৰতি সমৰ্থন জনাই যোৰহাট জিলা বিজেপিৰ সকলো কৰ্মচাৰী এই যুঁজত অৱতীৰ্ণ হবলৈ সাজু হৈছে ৷

Flood affected people helps to jorhat BJP
ৰঞ্জিত দাসৰ আহ্বান মৰ্মে বানাক্ৰান্তক সহায় কৰিবলৈ সাজু যোৰহাট জিলা বিজেপি
author img

By

Published : Jul 14, 2020, 4:38 PM IST

যোৰহাট, 14 জুলাই : ৰাজ্যত এফালে ক'ভিড-19 ৰ সংহাৰ আৰু আনফালে বানপানীয়ে জুৰুলা কৰিছে ৰাইজক ৷ ইতিমধ্যে বান পানীৰ কবলত পৰিছে ৰাজ্যৰ বহু কেইখন জিলা ৷ ৰাজ্য়ত বানৰ কবলত পৰিছে 27 জিলাৰ প্ৰায় 22 লক্ষাধিক বাসিন্দা ৷ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈ সৃষ্টি হোৱা বানপানীৰ বাবে বৰ্তমান বানাক্ৰান্ত ৰাইজে ওখ ভেটি বা মাথাউৰিত আশ্ৰয় ল'ব লগা হৈছে ৷

ৰঞ্জিত দাসৰ আহ্বান মৰ্মে বানাক্ৰান্তক সহায় কৰিবলৈ সাজু যোৰহাট জিলা বিজেপি

ৰাজ্যত বানৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত দাসে সকলো দলীয়-কৰ্মচাৰীক একোজন যোদ্ধা হিচাপে প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সকলো সময়তে যাতে বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াব পাৰে তাৰ বাবে দলীয় বিষয়া-কৰ্মচাৰীক সাজু হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

সভাপতি গৰাকীৰ এই নিৰ্দেশৰ প্ৰতি সমৰ্থন জনাই যোৰহাট জিলা বিজেপিৰ সকলো কৰ্মচাৰী এই যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে ৷ লগতে, জিলাখনৰ বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তক সহায় কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ যোৰহাট জিলাৰ বিজেপিৰ মুখপাত্ৰ হেমন্ত কলিতাৰ নিৰ্দেশ মৰ্মে সকলো দলীয় কৰ্মচাৰীয়ে বানাক্ৰান্ত সহায় কৰিবলৈ সাজু হৈ উঠিছে ৷

লগতে পঢ়ক : ভিডিঅ' শ্বেয়াৰ কৰি শক্তি প্ৰদৰ্শন পাইলটৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.