ETV Bharat / state

টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ অনশন

author img

By

Published : Nov 19, 2020, 8:03 PM IST

আৰ্জিত চুটিৰ প্ৰাপ্য ধন বিচাৰি অনশনত বহিল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী | ২০১৪ চনৰ পৰা পোৱা নাই অৱসৰকালীন আৰ্জিত চুটিৰ ধন ৷ অৱসৰকালীন ধন নোপোৱাকৈয়ে মৃত্যুবৰণ কৰিলে বহু কেইজন কৰ্মচাৰীয়ে ৷

As_jrt_ex_employee_protest_for_rights_img_AS10039
টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ অনশন

যোৰহাট, 19 নৱেম্বৰ: টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ প্ৰতিকী অনশন ধৰ্মঘট | আৰ্জিত চুটিৰ প্ৰাপ্য ধন বিচাৰি অনশনত বহিল অৱসৰ প্ৰাপ্ত কৰ্মচাৰী ৷ টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীসকলে ২০১৪ চনৰ পৰা পোৱা নাই অৱসৰকালীন আৰ্জিত চুটিৰ ধন ৷ ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা অৱসৰ লোৱাসকলেও আজিলৈ পোৱা নাই কোনো অৱসৰকালীন প্ৰাপ্য ধন | উল্লেখ্য যে, 2014 চনত অৱসৰ পোৱা বহু কেইজনে ইতিমধ্যে অৱসৰকালীন ধন নোপোৱাকৈয়ে মৃত্যুবৰণ কৰিলে |

সেয়েহে টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ সন্মুখত এক প্ৰতীকি অনশন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰাপ্য ধন আদায় দিবলৈ দাবী উত্থাপন কৰে | আনহাতে অনশন স্থলীত যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী উপস্থিত হৈ কৰ্মচাৰী সকলৰ পৰিস্থিতিৰ বুজ লয় |

লগতে পঢ়ক:মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও নাৰী মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.