ETV Bharat / state

তিতাবৰ নগৰ সমিতিৰ অবৈধ দোকানৰ ওপৰত উচ্ছেদ অভিযান - নগৰ উন্নয়ন সমিতি

ফুটপাথ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল জে চি বি ৷

অবৈধ দোকানৰ ওপৰত উচ্ছেদ অভিযান
author img

By

Published : May 18, 2019, 8:14 AM IST

তিতাবৰ , 18 মে': তিতাবৰ নগৰত অবৈধভাৱে স্থাপন কৰা দোকান সমূহৰ ওপৰত এইবাৰ সৰৱ হৈ পৰিল নগৰ উন্নয়ন সমিতি ৷ শুকুৰবাৰে অবৈধ ভাৱে স্থাপন কৰা দোকান সমূহ উচ্ছেদ কৰিবলৈ উলাই আহিল তিতাবৰ নগৰ উন্নয়ন সমিতিৰ সভাপতি আৰু সদস্য সকল ৷

অবৈধ দোকানৰ ওপৰত উচ্ছেদ অভিযান
দীৰ্ঘ দিনৰ পৰা তিতাবৰ তিনি আলিৰ পৰা ধৰি চাৰি আলিৰ বিভিন্ন ঠাইৰ ফুটপাথত, নগৰ উন্নয়ন সমিতিৰ কোনো অনুমতি অবিহনে কিছু অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে সৰু সৰু দোকান স্থাপন কৰি ফুটপাথত যাতায়তৰ বাবে বাধা সৃষ্টি কৰিছিল ৷ এই অবৈধ দোকান সমূহৰ পৰা পথচাৰি সকলে অসুবিধাৰ সন্মুখীন হোৱাত , নগৰ উন্নয়ন সমিতিৰ সভাপতিয়ে শুকুৰবাৰে ফুটপাথৰ ওপৰত নিৰ্মিত দোকান সমূহ উচ্ছেদ কৰে ৷

Intro:তিতাবৰ নগৰৰ চলি থকা অবৈধ ভাৱে দোকান ওপৰত এই বাৰ সৰব নগৰ উন্নয়ন সমিতি । তিতাবৰ নগৰ উন্নয়ন সমিতি সভাপতি আৰু সদস্য ওলাই আহিল এই বাৰ অবৈধ ভাৱে স্হাপন কৰা দোকান উচ্ছেদ কৰিব । নগৰ উন্নয়ন সমিতিৰ কোনো অনুমতি অবিহনে দীৰ্ঘ সময়ৰ পৰা তিতাবৰ তিনি আলি পৰা ধৰি চাৰি আলি বিভিন্ন ঠাইত কিছু মান সৰু দোকান স্হাপন কৰি পথ তথা যাতায়ত বাধা সৃষ্টি কৰি আহিল।Body:আজি তিতাবৰ নগৰ উন্নয়ন সমিতিৰ সভাপতি নিজে উলাই আহি পথচাৰি যাতায়ত কষ্ট পোৱা পাৱো বাবে ফুট পাতৰ ওপৰত নিমাণ কৰা দোকান উচ্ছেদ কৰে আৰু আৰু এটা নিৰ্মল স্বচ্ছ তিতাবৰ গঢ়া লক্ষ্যঃ লৈ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.