ETV Bharat / state

জখলাবন্ধাত প্ৰশাসনৰ উচ্ছেদ অভিযান - প্ৰশাসন

কলিয়াবৰ মহকুমাৰ লগতে আৰক্ষী বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জখলাবন্ধা সংযোগী গৰুবন্ধা-চিকণী পথৰ দুয়োকাষে প্ৰশাসনৰ হাতোৰা ৷ উচ্ছেদ কৰিলে অবৈধভাবে নিৰ্মাণ কৰা দোকান-পোহাৰ, বাসগৃহ ৷

জখলাবন্ধাত উচ্ছেদ অভিযান
author img

By

Published : Apr 27, 2019, 3:28 PM IST

কলিয়াবৰ, 27 এপ্ৰিল : কলিয়াবৰৰ বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাতআৰক্ষী প্ৰশাসনৰ সহযোগত মহকুমা প্ৰশাসনে বেদখলকৃত ভূমিত চলায় উচ্ছেদ অভিযান । শণিবাৰে পুৱা সাত বজাৰে পৰা কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগৰ নেতৃত্বত চলোৱা হয় এই উচ্ছেদ অভিযান ৷ বেদখল মুক্ত কৰা হয় বছৰ-বছৰ ধৰি জখলাবন্ধা সংযোগী গৰুবন্ধা-চিকণী গড়কাপ্তানী পথটোৰ দুইকাষে বেদখল কৰি থকা মুঠ 131টা স্থান ৷

জখলাবন্ধাত উচ্ছেদ অভিযান

কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নোহোৱাকৈ চলোৱা হয় উচ্ছেদ অভিযান ৷ জেচিবি লগাই ভাঙি দিয়া হয় চৰকাৰী ভূমিত নিৰ্মিত দোকান-পোহাৰকে ধৰি বাসগৃহসমূহ ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই উচ্ছেদ অভিযানক একেমুখে শলাগ লৈছে স্থানীয় ৰাইজে ৷

অধিক পঢ়ক চিৰাঙৰ বিজনীত IPL ৰ জুৱা ঘাটি উৎখাত

Intro:কলিয়াবৰৰ বাণিজ‍্যিক কেন্দ্ৰ জখলাবন্ধাত মহকুমা প্ৰশাসনে আৰক্ষী প্ৰশাসনৰ সহযোগত চৰকাৰী ভূমি বেদখল উচ্ছেদ কৰে। শণিবাৰে পুৱা সাত বজাৰে পৰা কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগৰ নেতৃত্বত মহকুমা বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী বিষয়-কৰ্মাচাৰীৰ উপস্থিতিত জখলাবন্ধা সংযোগী গৰুবন্ধা-চিকণী পথৰ দুয়োকাষৰ বেদখল উচ্ছেদ কৰে।Body:বছৰ-বছৰ ধৰি জখলাবন্ধা সংযোগী গৰুবন্ধা-চিকণী গড়কাপ্তানী পথটোৰ দুইকাষে বেদখল কৰি থকা মুঠ ১৩১টা স্থানত এই উচ্ছেদ অভিযানত বেদখল মুক্ত কৰা হয়। উতপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ‍্য ৰাখি বৃহৎ আৰক্ষী বাহিনী, সেনা আৰু অগ্নি নিৰ্বাপন বাহিনী সষ্টম কৰা হৈছিল যদিও কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নোহোৱাকৈ উচ্ছেদ অভিযান চলে। উচ্ছেদ অভিযানৰ সময়ত মহকুমাধিপতি, অনান‍্য প্ৰশাসনিক বিষয়া-কৰ্মচাৰী, মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসসহ জখলাবন্ধাৰ আৰক্ষী নিৱশৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জখলাবন্ধা পঞ্চায়তৰ সভানেত্ৰী তৃষা শইকীয়া উপস্থিত থাকে। পথটৰ দুইকাযষে থকা চৰকাৰী ভূমিত দোকান-পোহাৰকে ধৰি বাবগৃহসমূহ জেচিবিৰে ভাঙি দিয়া হয়।
কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই উচ্ছেদ অভিযানক সকলোৱে একেমুখে শলাগ লৈছে।Conclusion:photos/visuals/bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.