ETV Bharat / state

যোৰহাটত ক'ভিডত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু

ভগামুখ চিকিৎসালয়ত কৰ্মৰত আছিল মৃত চিকিৎসকজন । দুৰাৰোগ্য ৰোগতো আক্ৰান্ত হৈ আছিল অশ্বিনী বৰা ।

Doctor death in jorhat medical college
যোৰহাটত ক'ভিডত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু
author img

By

Published : Mar 1, 2021, 3:05 PM IST

যোৰহাট, 1 মাৰ্চ : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ সোমবাৰে এজন চিকিৎসকৰ মৃত্যু হয় । মৃত চিকিৎসকজন অশ্বিনী বৰা বুলি জানিব পৰা হৈছে । ভগামুখ চিকিৎসালয়ত কৰ্মৰত আছিল মৃত চিকিৎসকজন ।

Doctor death in jorhat medical college
যোৰহাটত ক'ভিডত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু

অশ্বিনী বৰাৰ ঘৰ যোৰহাট টীয়কত । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল বৰা । চিকিৎসকগৰাকী দুৰাৰোগ্য ৰোগতো আক্ৰান্ত হৈ আছিল ।

লগতে পঢ়ক : জনতাৰ কণ্ঠ: শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.