ETV Bharat / state

দেৰগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী বানী হাজৰীকাক আদৰণি

কংগ্ৰেছ প্ৰাৰ্থী বাণী হাজৰিকাই নিৰ্বাচনত জয়ী হ’লে নিবনুৱা সমস্য়া সমাধানৰ বাবে তথা যুৱসকলৰ আত্মসংস্থাপনৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ লগতে গৰাখহনীয়া সমস্য়া সমাধান কৰা, জনজাতি লোকক মাটি পট্টা প্ৰদান, দেৰগাঁও সমষ্টিক মহকুমালৈ পৰ্যবসিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দেৰগাঁৱত সামগ্ৰিক উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্য়ক্ত কৰে ৷

Congrass candidate Bani Hazarika visit his constituency
দেৰগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী বানী হাজৰীকাক আদৰণি
author img

By

Published : Mar 7, 2021, 10:57 PM IST

যোৰহাট, 7 মাৰ্চ : কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ পাছত দেওবাৰে দেৰগাঁও সমষ্টিত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী বানী হাজৰীকা ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সমষ্টিত উপস্থিত হোৱাৰ পাছতেই উষ্ম আদৰণি জনায় দলীয় নেতা কৰ্মী ৷ বানী হাজৰীকা সমষ্টিলৈ আহোতে প্ৰতিটো পদূলিৰ মূৰত উষ্ম আদৰণি জনাই কংগ্ৰেছ কৰ্মীসকলে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়েও নিৰ্বাচনত জয়ী হ’লে নিবনুৱা সমস্য়া সমাধানৰ বাবে তথা যুৱসকলৰ আত্মসংস্থাপনৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ লগতে গৰাখহনীয়া সমস্য়া সমাধান কৰা, জনজাতি লোকক মাটি পট্টা প্ৰদান, দেৰগাঁও সমষ্টিক মহকুমালৈ পৰ্যবসিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দেৰগাঁৱত সামগ্ৰিক উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্য়ক্ত কৰে ৷

দেৰগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী বানী হাজৰীকাক আদৰণি

উল্লেখ্য যে, বৰ্তমান অগপৰ দখলত থকা আৰু ২০২১ৰ নিৰ্বাচনৰ পুনৰ অগপ প্ৰাৰ্থী তথা বিধায়ক ভৱেন ভৰালীৰ অকৰ্মণ্যতা সমষ্টিবাসীয়ে সৰ্বত্তে ধিক্কাৰ দিয়ালৈ চাই এইবাৰ নিৰ্বাচনত যে সমষ্টিটোৰ পৰা বানী হাজৰীকাই ভৱেন ভৰালীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব, সেয়া নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক : ধিঙত মাৰাথন দৌৰেৰে আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.