তিতাবৰ, 31 মাৰ্চঃ লোকসভা নিৰ্বাচন সমাগত। এটা দলে আনটো দলক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰাৰ এক প্ৰতিযোগিতা ৷ শেহতীয়াকৈ মৰিয়নিৰ সোণোৱাল চাহ বাগিচাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে মৰিয়নীৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে । কথাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডী উৰিবলৈ চেষ্টা কৰি আছে যিটো কংগ্ৰেছৰ বাবে এটা ভাল লক্ষণ বুলি অভিহিত কৰে বিধায়কজনে ।
প্ৰধানমন্ত্ৰীক সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ - rupjyoti kurmi
মৰিয়নিৰ সোণোৱাল চাহ বাগিচাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে মৰিয়নিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ।
প্ৰধানমন্ত্ৰীক সমালোচনা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ
তিতাবৰ, 31 মাৰ্চঃ লোকসভা নিৰ্বাচন সমাগত। এটা দলে আনটো দলক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰাৰ এক প্ৰতিযোগিতা ৷ শেহতীয়াকৈ মৰিয়নিৰ সোণোৱাল চাহ বাগিচাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে মৰিয়নীৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে । কথাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডী উৰিবলৈ চেষ্টা কৰি আছে যিটো কংগ্ৰেছৰ বাবে এটা ভাল লক্ষণ বুলি অভিহিত কৰে বিধায়কজনে ।
Intro:নৰেন্দ্ৰ মোদী এজন পাগল, জাতিদ্রোহী প্ৰধানমন্ত্ৰী : কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাষ্য।Body:MARIANI MLA CONTROVERSIAL BITE
নৰেন্দ্ৰ মোদী এজন পাগল, জাতিদ্রোহী প্ৰধানমন্ত্ৰী : কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাষ্য।
লোকসভা নিৰ্বাচন সমাগত। এটা দলে আনটোদলক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰিছে। শেহতীয়াকৈ মৰিয়নীৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পাগল আখ্যা দিয়াৰ লগতে অসমীয়া জাতিটোৰ বাবে জাতিদ্রোহী আখ্যা দিয়ে। কথাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডী উৰিবলৈ চেষ্টা কৰি আছে যিটো কংগ্ৰেছৰ বাবে এটা ভাল লক্ষণ বুলি অভিহিত কৰে। মৰিয়নীৰ সোণোৱাল চাহ বাগিচাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশলৈ এনেদৰে তিয্যক মন্তব্য আগবঢ়াই কুৰ্মীয়ে।
BITE :- MLA MARIANI
RANJIT BORAH
MARIANIConclusion: