- তিতাবৰ তিনিআলিত অঘটন
- গাড়ীৰ আগত পৰি আত্মহত্যাৰ চেষ্টা তিতাবৰ বিবিজানৰ পাপু দাস নামৰ যুৱকজনৰ
- পকী খুটাত মূৰ মাৰিও আত্মহত্যাৰ চেষ্টা পাপু দাসৰ
- বহু চেষ্টা কৰিও ৰাইজে শান্ত কৰিব পৰা নাই যুৱকজনক
- অৱশেষত আৰক্ষীৰ সহায়ত ৰাইজে তিতাবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰে পাপুক
- আনহাতে বৰ্তমানো জানিব পৰা নাই ঘটনাৰ কাৰণ
- ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত
বাৰে বাৰে আত্মহননৰ চেষ্টা তিতাবৰৰ যুৱকৰ - bibijan
গাড়ীৰ আগত পৰি, পকী খুটাত মূৰ মাৰি আত্মহত্যাৰ চেষ্টা তিতাবৰ বিবিজানৰ পাপু দাস নামৰ যুৱকজনৰ
বাৰে বাৰে আত্মহননৰ চেষ্টা তিতাবৰৰ যুৱকৰ
- তিতাবৰ তিনিআলিত অঘটন
- গাড়ীৰ আগত পৰি আত্মহত্যাৰ চেষ্টা তিতাবৰ বিবিজানৰ পাপু দাস নামৰ যুৱকজনৰ
- পকী খুটাত মূৰ মাৰিও আত্মহত্যাৰ চেষ্টা পাপু দাসৰ
- বহু চেষ্টা কৰিও ৰাইজে শান্ত কৰিব পৰা নাই যুৱকজনক
- অৱশেষত আৰক্ষীৰ সহায়ত ৰাইজে তিতাবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰে পাপুক
- আনহাতে বৰ্তমানো জানিব পৰা নাই ঘটনাৰ কাৰণ
- ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত
Intro:আজি তিতাবৰ তিনি আলি ঘটিল এক অঘটন। তিতাবৰ বিবিজানৰ পাপু দাস নামৰ যুৱ জনে গাড়ীৰ আগত পৰি আত্মহত্যাৰ চেষ্টা চলাই । ৰাইজে যুৱক জনক হাতত ভৰি বান্ধি পকা খুটাত বান্ধি ৰাখে কিন্তু যুৱ তাতে শান্তিত নাথাকিল বান্ধি থোৱা অবস্থাত নিজৰ মূৰ পকা খুটাত মাৰি ফুটাই লয় । অবশেষদ ৰাইজে খৰব দিয়াত তিতাবৰ থানৰ পৰা আৰক্ষী আহি যুবক জনক 108 সেবা যোগে তিতাবৰ মহকুমা চিকিৎসালয় নিয়া হয় ।Body:ৰাইজৰ মতে যুৱক জন অধিক নিচাৰ ফলত এনে আত্মহত্যা পথ বাছি লৈছিল। কিন্তু আৰক্ষীৰ অনুসন্ধান ত আচল ৰহস্য উদঘাটন হৱ।তিতাবৰ মহকুমাত অধিক মদ আৰু ড্ৰাগছ পছলন চলি আছে । এনে বহুতো পৰিয়াল লোকে নিজৰ পুএ স্বামী হেৰুৱাব লগা হৈছে কিন্তু কাণ হাৰ নাই তিতাবৰ মহকুমা প্ৰশাসনৰConclusion: