ETV Bharat / state

সমগ্ৰ যোৰহাটবাসীক গৌৰাম্বিত কৰা এজন অসমীয়া বক্সাৰ

author img

By

Published : May 30, 2022, 1:21 PM IST

অসম সন্তান বক্সাৰ অভিজিৎ বৰুৱাক শুভেচ্ছা তথা সৰ্বত্ৰে সহায় কৰিবলৈ চৰকাৰ তথা ৰাইজলৈ আহ্বান জনালে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই(Assam Boxer Abhijit who brings glory to Jorhat) ৷

assam-boxer-abhijit-who-brings-glory-to-jorhat-by-boxing
সমগ্ৰ যোৰহাটবাসীক গৌৰাম্বিত কৰা এজন অসমীয়া বক্সাৰ

টীয়ক, 30 মে' : অসমৰ ক্ৰীড়া জগতলৈ এক সুখবৰ ৷ বিশ্ব প্ৰফেচনেল বক্সিং'ত শেহতীয়াকৈ জিলিকি উঠিছে অসম সন্তান যোৰহাটৰ অভিজিৎ বৰুৱা(Assam Boxer Abhijit who brings glory to Jorhat)।

অভিজিত হৈছে প্ৰথমজন অসমীয়া যিয়ে পেছাদাৰী বক্সিংৰ ক্ষেত্ৰখন পদাৰ্পণ কৰি(Assam’s first professional boxer Abhijit Baruah) ইতিমধ্যে '৬৬-৬৯' শাখাত দুখনকৈ খেলত জয়ী হৈ তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে সাজু হৈছে । ইফালে, দিল্লীত অনুষ্ঠিত দুখনকৈ খেলত প্ৰথম ৰাউণ্ডতে বিপক্ষক 'নক-out' কৰি জয়ী হোৱাৰ পাছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ তানজেনীয়াত জুন মাহৰ শেষৰ সপ্তাহত বিশ্ব প্ৰফেচনেল বক্সিংৰ এখন অন্যতম খেলত অৱৰ্তীণ হ'ব অভিজিৎ ।

Assam Boxer Abhijit who brings glory to Jorhat by boxing

অভিজিৎ বৰুৱাই যাতে অনাগত দিনবোৰত সফলতা অৰ্জন কৰি অসম মাতৃক পুনৰ বিশ্বৰ বুকুত জিলিকাই তুলিব পাৰে সেই আশাৰে এইবাৰ অভিজিতৰ কাষত ঠিয় হৈছেহি সদৌ অসম ছাত্ৰ সন্থা ।

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বক্সাৰজনৰ এই প্ৰতিভাক সন্মান জনাই তেওঁৰ সফলতা কামনাৰে নিজৰ লগতে সমূহ অসমবাসীক উদীয়মান খেলুৱৈগৰাকীক শুভেচ্ছা তথা আৰ্শীবাদ প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ লগতে এই ক্ষেত্ৰত চৰকাৰকো সহায় আগবঢ়াবলৈ আহ্বান জনায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক : ভাৰতীয় যুৱ ফুটবল দলত স্থান লাভ জোনাইৰ গকুল বিশ্বকর্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.