ETV Bharat / state

যোৰহাটত বন্ধ চিকিৎসা সেৱা - ভাৰতীয় চিকিৎসক সন্থা

ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বান অনুসৰি ১৭ জুনত চিকিৎসা সেৱাৰ পৰা আঁতৰি থাকিল যোৰহাটৰ চিকিৎসক ৷ সোমবাৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন নিয়মীয়া অ পি ডি,ব্যক্তিগত চেম্বাৰ,লেব'ৰেটৰী,এক্স-ৰে ইত্যাদিও বন্ধ থাকে যোৰহাটত ৷

যোৰহাটত বিৰত চিকিৎসা সেৱা
author img

By

Published : Jun 17, 2019, 11:41 AM IST

যোৰহাট, 17 জুনঃ আজি যোৰহাটত চিকিৎসা সেৱাৰ পৰা বিৰত থাকে চিকিৎসকসকল ৷ ১০ জুনত কলকাতাৰ মিল ৰতন সৰকাৰ মেডিকেল কলেজত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কৰ্তব্যৰত চিকিৎসকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে যোৰহাটতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

যোৰহাটত বিৰত চিকিৎসা সেৱা

ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বান অনুসৰি ১৭ জুনত চিকিৎসা সেৱাৰ পৰা আঁতৰি থাকিল যোৰহাটৰ চিকিৎসক ৷ সোমবাৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন নিয়মীয়া অ পি ডি,ব্যক্তিগত চেম্বাৰ,লেব'ৰেটৰী,এক্স-ৰে ইত্যাদিও বন্ধ থাকে যোৰহাটত ৷

লগতে পঢ়কঃ 41 হাজাৰ টেট শিক্ষকে কঁপাব ৰাজপথ !

ভাৰতীয় চিকিৎসা সন্হাৰ যোৰহাট শাখাৰ প্ৰতিবাদী কাৰ্যসূচী লৈ সমৰ্থন।।আজি যোৰহাটত বন্ধ চিকিৎসা সেৱা।।।।

যোৱা ১০ জুনত কলকাতাৰ মিল ৰতন সৰকাৰ মেডিকেল কলেজত এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এদল মানুহে কৰ্তব্যৰত চিকিৎসকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্র দেশৰ লগতে যোৰহাট জিলা খনটো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।এই ঘটনাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসাক সন্হাই সমগ্ৰ দেশত ১৭ জুন তাৰিখত চিকিৎসা সেৱাৰ পৰা আতৰি থাকি যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ প্ৰভাৱ যোৰহাট জিলা খনটো পৰিছে।জৰুৰী কালীণ সেৱাৰ বাহিৰে আন নিয়মীয়া অ পি ডি,ব্যক্তিগত চেম্বাৰ,লেবৰেটৰী,এক্স-ৰে ইত্যাদি বন্ধ হোৱাৰ দেখা পোৱা গৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.