ETV Bharat / state

যোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদ - ভোটাধিকাৰ

বিদেশী নাগৰিকে ভোটাৰ তালিকাত নামভৰ্তি কৰি ভোটদান কৰাৰ ঘটনা পোহৰলৈ আহিছে যোৰহাটত ৷ বীৰ লাচিত সেনাৰ গুৰুতৰ অভিযোগ আফগানিস্তানৰ পৰা পাৰপত্ৰ লৈ ভাৰতলৈ আহি যোৰহাটত অবৈধ ব্যৱসায় চলাই থকাৰ লগতে ভোটদান কৰি আহিছে একাংশ বিদেশী নাগৰিকে

যোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদ
author img

By

Published : Jun 15, 2019, 2:52 PM IST

যোৰহাট, 15 জুনঃ যি সময়ত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া চলি আছে, সেই সময়তে এচাম দুষ্ট চক্ৰই বিভিন্ন জালিয়াতিৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ শেহতীয়া প্ৰতিফলন ঘটিল যোৰহাট জিলাত ৷ শেহতীয়াকৈ বিদেশী নাগৰিকে ভোটাৰ তালিকাত নামভৰ্তি কৰি ভোটদান কৰাৰ ঘটনা পোহৰলৈ আহিছে যোৰহাটত ৷

যোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

বীৰ লাচিত সেনাৰ গুৰুতৰ অভিযোগ আফগানিস্তানৰ পৰা পাৰপত্ৰ লৈ ভাৰতলৈ আহি যোৰহাটত অবৈধ ব্যৱসায় চলাই থকা জলট খান,ৰহমত উল্লা খান আৰু তেওঁৰ পত্নী চাবেৰা খানে যোৰহাট নগৰৰ ৬ নং ৱাৰ্ডৰ ৩৬ নম্বৰ ঘৰৰ বিপৰীতে ভোটাৰ তালিকাত ৭৫৬ নম্বৰত নিজৰ নাম অন্তৰ্ভূক্ত কৰি ভোট দান কৰি আহিছে ৷ আনহাতে ৰহমত উল্লা খান আৰু তেওঁৰ পত্নীয়ে ২৪৩ নং ঘৰৰ বিপৰীতে ভোটাৰ তালিকাত ২৪৩ আৰু ২৪৬ নম্বৰত নিজৰ নাম সন্নিবিষ্ট কৰিছে । কি দৰে আফগানিস্তানৰ পৰা অহা লোকে ভোটাধিকাৰ পাবলৈ সক্ষম হ'ল তাৰ এক উচিত তদন্ত ঘোষণা কৰাৰ দাবী তুলিছে বীৰ লাচিত সেনাই ৷

লগতে পঢ়কঃ বাক্সাৰ ভাৰত ভূটান সীমান্তত নিজৰাৰ লেতেৰা পানী খায় ৰাইজে!!

আফগানি ব্যক্তিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ বীৰ লাচিত সেনাৰ।।

যি সময়ত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৃষ্ঠ পোষকতাত এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া চলি আছে, সেই সময়তে এচাম দুষ্ট চক্ৰই বিভিন্ন জালিয়াতিৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।তাৰ শেহতীয়া প্ৰতিফলন ঘটিল যোৰহাটৰ দৰে জিলাত।শেহতীয়া কৈ বিদেশীয়েও ভাৰতীয় ভোটাৰ তালিকাত নামভৰ্ত্তি কৰি নিৰ্বিবাদে ভোটদান কৰাৰ ঘটনা পোহৰলৈ আহিছে।প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বীৰ লাচিত সেনাৰ গূৰুতৰ অভিযোগ আফগানিস্তান পৰা পাৰপত্ৰ লৈ ভাৰতলৈ আহি যোৰহাটত থাকি সূদৰ অবৈধ বেৱসায় চলাই থকা জলট খান,ৰহমত উল্লা খান আৰু তেওঁৰ পত্নী চাবেৰা খানে যোৰহাট নগৰৰ ৬ নং ৱাৰ্ডৰ ৩৬ নম্বৰৰ ঘৰৰ বিপৰীতে ভোটাৰ তালিকাত ৭৫৬ নম্বৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰি ভোট দান কৰি আহিছে।আনহাতে ৰহমত উল্লা খান আৰু তেওৰ পত্নী য়ে ২৪৩ নং ঘৰৰ বিপৰীতে ভোটাৰ তালিকাত ২৪৩ আৰু ২৪৬ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিছে।প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বীৰ লাচিত সেনাৰ লগতে বিভিন্ন দল সংগঠনৰ দাবী অতিশ্ৰীঘে কি দৰে আফগানিস্তানৰ পৰা অহা লোকে ভোটাধিকাৰ পাবলৈ সক্ষম হল ইয়াৰ ওপৰত জিলা প্ৰশাসনে উচিত তদন্ত ঘোষণা কৰক,অন্যথা জিলা খনত হব পৰা যি কোন পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন দায়ী হব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.