ETV Bharat / state

অক্ষয় তৃতীয়া তিথি উপলক্ষে শান্তি আশ্ৰমত ভক্তৰ সমাগম - jorhat_kokilamukh

এই তিথি উপলক্ষে বিভিন্ন ৰাজ্যৰ ভক্তৰ সমাগম যোৰহাটৰ ককিলা মুখৰ শান্তি আশ্ৰমত

শান্তি আশ্ৰমত ভক্তৰ সমাগম
author img

By

Published : May 7, 2019, 4:51 PM IST

যোৰহাট,৭ মে': আজি অক্ষয় তৃতীয়া তিথি। বিভিন্ন ৰাজ্যৰ ভক্তৰ সমাগম যোৰহাট ককিলামুখৰ শান্তি আশ্ৰমত। মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শান্তি আশ্ৰমত বৈছে ভক্তিৰসৰ ধ্বনি। উল্লেখযোগ্য যে প্ৰতি বৰ্ষৰ অক্ষয় তৃতীয়া তিথি পালন কৰা হয় যোৰহাটৰ এই শান্তি আশ্ৰমখনত। প্ৰতি বছৰৰ দৰে এই বছৰো অক্ষয় তৃতীয়াৰ দিনটোত অসমৰ বিভিন্ন ঠাইৰ লগতে পশ্চিমবংগৰ ভক্তৰ সমাগম ঘটে।

আজি অক্ষয় তৃতীয়া তিথি।।বিভিন্ন ৰাজ্যৰ ভক্তৰ সমাগম শান্তি আশ্ৰমত।।

মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শান্তি আশ্ৰমত আজি ভক্তি ৰসৰ ধ্বনি।।বিভিন্ন ৰাজ্যৰ ভক্তৰ মিলন ভুমিত পৰিনত যোৰহাটৰ ককিলা মুখৰ শান্তি আশ্ৰমত।উল্লেখযোগ্য যে প্ৰতি বৰ্ষৰ অক্ষয় তৃতীয়া তিথি পালন কৰা হয়।যোৰহাটৰ উত্তৰ-পশ্চিম দিশত ১৯১১ চনতে স্হাপিত হৈছিল অসম -বংগীয় সাৰস্বত মঠত।স্বামী নিগমানন্দ সৰস্বতীয়ে শান্ত আশ্ৰম নামৰে স্বাপন কৰা আশ্ৰমত খনত আজি প্ৰতিকূল বতৰ নেউচি দেশৰ বিভিন্ন অঞ্চলৰ ভক্ত, সন্ত,মহন্তৰ সমাগম ঘটে।উল্লেখ যে প্ৰতি বছৰৰ দৰে এই বৰ্ষ ও অক্ষয় তৃতীয়াৰ দিনটোত অসমৰ বিভিন্ন ঠাইৰ লগতে পশ্চিমবংগৰ ভক্তৰ সমাগম ঘটে।আনহাতে ফনীৰ কৱলত পৰাৰ বাবেই উৰিষ্যাৰ ভক্তৰ সমাগম দেখা পোৱা নগল।শান্তি আশ্ৰম নামৰে অসম-বংগীয় সাৰস্বত মঠৰ খ্যাতি বিশ্বৰ বহু দুৰলৈ বিস্তৃত হৈ আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.