ETV Bharat / state

কা' বাতিল আৰু ILP প্ৰবৰ্তনৰ দাবীত যোৰহাটত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Jan 20, 2021, 10:39 PM IST

যোৰহাটত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধিত আইন 2019 বাতিল আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক যুৱ ছাত্ৰ পৰিষদৰ সদস্য অংশগ্ৰহণ কৰে ।

ajycp-protest-againts-caa-at-jorhat
কা' বাতিল আৰু ILP প্ৰবৰ্তনৰ দাবীত যোৰহাটত AJYCP ৰ প্ৰতিবাদ

যোৰহাট, 20 জানুৱাৰী : নাগৰিকত্ব সংশোধিত আইন 2019 বাতিল আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত যোৰহাটত বুধবাৰে সন্ধিয়া এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ যোৰহাট ষ্টেডিয়ামৰ পৰা উলিয়াওৱা এক জুৰ সমদলৰ জৰিয়তে যোৰহাট নগৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক যুৱ ছাত্ৰ পৰিষদৰ সদস্য অংশগ্ৰহণ কৰে । 144 ধাৰা থকাৰ পিচতো আজি যুৱ ছাত্ৰ পৰিষদে এই জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, প্ৰতিবাদকাৰীয়ে কা বাতিল কৰক ,বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে যোৰহাট নগৰৰ ৰাজপথ ৷

লগতে পঢ়ক: দলীয় অন্তঃকন্দলে চামগুৰিত বিপদত পেলাব পাৰে বিজেপিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.