ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত অজাপৰ প্ৰতিবাদ - অসম জাতীয় পৰিষদ

লাইকা-দধিয়া বাসীক পুনৰ সংস্থাপন দিয়া, ২০১৮ চনতে দাখিল কৰা হৰি শংকৰ ব্ৰহ্ম কমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা ভূমিপুত্ৰ সকলৰ প্ৰতিটো দাবী তথা সমস্যা চৰকাৰে সমাধান কৰাৰ দাবীত যোৰহাটত বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অজাপে ৷

AJP protest at Jorhat
ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত অজাপৰ প্ৰতিবাদ
author img

By

Published : Jan 21, 2021, 3:56 PM IST

Updated : Jan 21, 2021, 5:07 PM IST

যোৰহাট, 21 জানুৱাৰী : নৱ-গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে প্ৰতিখন জিলাৰ সদৰে সদৰে বৃহস্পতি বাৰে তিনিঘন্টীয় এক ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ইয়াৰ অংশ হিচাপে যোৰহাটতো অজাপৰ যোৰহাট জিলা সমিতিয়ে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি অজাপে ৷

ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত অজাপৰ প্ৰতিবাদ

উল্লেখ্য যে, লাইকা দধিয়াত বাসীক পুনৰ সংস্থাপন দিয়া, ২০১৮ চনতে দাখিল কৰা হৰি শংকৰ ব্ৰহ্ম কমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা ভূমিপুত্ৰ সকলৰ প্ৰতিটো দাবী তথা সমস্যা চৰকাৰে সমাধান কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে ৷

লগতে পঢ়ক: আজিৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

Last Updated : Jan 21, 2021, 5:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.