যোৰহাট, 10 জুলাই : ভয়াৱহ গণ সংক্ৰমণৰ কবলত যোৰহাট জিলা ৷ চহৰখনত দৈনিক বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই গণ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্য জিলাখনত প্ৰশাসনে পুনৰ লক ডাউন ঘোষণা কৰিছে ৷ কিন্তু কেৱল পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত লক ডাউন ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷ 9 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত বাহাল থাকিব লক ডাউন ৷ যোৰহাট লক ডাউন সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন....
লগতে পঢ়কঃ ৰাইজৰ গাঠিৰ ধনেৰে পুঠিমাৰী নৈক বাধা দিয়াৰ চেষ্টা গোৰেশ্বৰত