ETV Bharat / state

ৰাজ্যৰ আগশাৰীৰ বৌদ্ধিক আলোচনীৰ বিৰুদ্ধে এজাহাৰ যোৰহাট সন্মিলিত নাগৰিক মঞ্চৰ - দেবব্ৰত শৰ্মা

গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া পষেকীয়া আলোচনী খনৰ 2019 বৰ্ষৰ চলিত মাহৰ দ্বিতীয়টো পষেকৰ সংখাত ডঃ বিকাশ বৰুৱাৰ এটা লেখাক লৈ সৰৱ হৈ পৰিছে যোৰহাটৰ সন্মিলিত নাগৰিক মঞ্চ ৷ ডঃ বৰুৱাৰ লেখনিটোত চাহ জনগোষ্ঠীয় লোক সকলক অশ্লীল, অশোভনীয়, অপমানজনক বহু অভিধাৰে তেওঁলোকৰ আত্মসন্মানত তীব্ৰ আঘাত সনাৰ গুৰুত্ব অভিযোগ যোৰহাট নাগৰিক মঞ্চৰ ৷

সৰ্বাধিক সমাদৃত আগশাৰী আলোচনী ও লেখকৰ বিৰুদ্ধে এজাহাৰ দাখিল যোৰহাট সন্মিলিত নাগৰিক মঞ্চৰ
author img

By

Published : Oct 5, 2019, 1:46 PM IST

যোৰহাট, 5 অক্টোবৰ: বহুল প্ৰচাৰিত অসমৰ এখন আগশাৰী বৌদ্ধিক আলোচনী আৰু ডঃ বিকাশ বৰুৱাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল যোৰহাট সন্মিলিত নাগৰিক মঞ্চ ৷ গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া পষেকীয়া আলোচনী খনৰ 2019 বৰ্ষৰ চলিত মাহৰ দ্বিতীয়টো পষেকৰ সংখাত ডঃ বিকাশ বৰুৱাৰ এটা লেখাক লৈ সৰৱ হৈ পৰিছে যোৰহাটৰ সন্মিলিত নাগৰিক মঞ্চ ৷

ডঃ বৰুৱাৰ লেখনিটোত চাহ জনগোষ্ঠীয় লোক সকলক অশ্লীল, অশোভনীয়, অপমানজনক বহু অভিধাৰে তেওঁলোকৰ আত্মসন্মানত তীব্ৰ আঘাত সনাৰ গুৰুত্ব অভিযোগ যোৰহাট নাগৰিক মঞ্চৰ ৷ ইতিমধ্যে, যোৰহাট নাগৰিক মঞ্চই যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আলোচনীখনৰ লগতে লেখক বিকাশ বৰুৱাৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীকলৈ এনেকুৱা ধৰনৰ লেখাই অসমৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে বিষবাষ্প বিয়পাব পাৰে বুলি মতপোষন কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷ লগতে বিষয় সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি প্ৰকাশ কৰে সংগঠনটোৰ অন্যতম তথা যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ দেবব্ৰত শৰ্মাই ৷

প্ৰান্তিক আলোচনী আৰু ড০ বিকাশ বৰুৱাৰ বিৰুদ্ধে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল সন্মিলিত নাগৰিক মঞ্চৰ।।

গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া পষেকীয়া আলোচনী প্ৰান্তিকৰ অষ্ট্ৰাত্ৰিংশ বছৰ,একবিংশ সংখ্যাৰ ৪৮ পৃষ্ঠাৰ ৰঞ্জন শিতানত ডঃ বিকাশ বৰুৱাৰ "অজগৰ"শীৰ্ষক লেখাক লৈ সৰৱ হৈ পৰিছে যোৰহাটৰ সন্মিলিত নাগৰিক মঞ্চ।ডঃ বৰুৱাৰ লেখনিটোত চাহ জনগোষ্ঠীয় লোখ সকলক অশ্লীল, অশোভনীয়,অপমানজনক বহু অভিধাৰে তেওঁলোকৰ আত্ম সন্মাকত তীব্ৰ আঘাত সনাৰ গুৰুত্ব অভিযোগ তুলি যোৰহাট নাগৰিক মঞ্চ ই আলোচনীখনৰ লগতে লেখখ বিকাশ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।উল্লেখযোগ্য যে বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠী লৈ এনেকুৱা ধৰনৰ লিখাই অসমৰ পৰিৱেশ বিনিষ্ঠ কৰাৰ লগতে বিষ বাষ্প বিয়পাব পাৰে বুলি উল্লেখ কৰিছে সংগঠনৰ নেতৃ বৰ্গ ই।ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলিলে সংগঠনৰ দেবব্ৰত শৰ্মাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.