ETV Bharat / state

তিতাবৰত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা - তিতাবৰ বন-বিষয়া

তিতাবৰ বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা ৷ তিতাবৰ মহকুমা অন্তৰ্গত ঢলি চাহ বাগিচাত বন্য হস্তীৰ আক্ৰমণত নিহত হয় সুমন কৰ্মকাৰ নামৰ এগৰাকী মহিলা ৷ অনমল কৰ্মকাৰ নামৰ তিনিবছৰীয়া এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷

পুনৰ হাতী মানুহৰ সংঘাত
author img

By

Published : Aug 31, 2019, 2:41 PM IST

তিতাবৰ, 31 আগষ্টঃ বন্য হস্তীৰ আক্ৰমণত নিহত মহিলা ৷ তিতাবৰ মহকুমা অন্তৰ্গত ঢলি চাহ বাগিচাত বন্য হস্তীৰ আক্ৰমণত নিহত হয় সুমন কৰ্মকাৰ নামৰ এগৰাকী মহিলা ৷ লগতে অনমল কৰ্মকাৰ নামৰ তিনিবছৰীয়া এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ মৰিয়নী গিব্বন অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে কেইবাদিনো ধৰি ঢলি চাহ বাগিচাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এগৰাকী মহিলা প্ৰাণ যোৱাৰ লগতে আৰু এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ‘বলগীয়া হ‘ল ৷ স্থানীয় ৰাইজে তিতাবৰ বন-বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

Intro:আজি নিশা তিতাবৰ মহকুমা অন্তৰ্গত ঢলি চাহ বাগিচাত বন্য হস্তিৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয় নিহত মহিলা গৰাকীৰ নাম সুমন কৰ্মকাৰ আৰু এটা তিনিবছৰীয়া শিশু গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈ শিশু টোৰ নাম অনমল কৰ্মকাৰ । আজি কিছু দিনৰ পৰা মৰিয়ানি গিববন অভয়াৰন্য পৰা উলাই অহা এটা হাতী জাকে সন্তাসৰ সৃষ্টি কৰিছিল ঢলি চাহ বাগিচাত কিন্তু ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পাছত কোন ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত যোৱা নিশা এগৰাকী মহিলা প্ৰাণ গল আৰু এটা নবজাতক গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হল।Body:ৰাইজে আমাক জনোৱা মতে অতি সোনকালে তিতাবৰ বন বিষয়া কাৰ্যালয় ঘেৰাও কৰিব স্থানীয় ৰাইজে। বন বিভাগৰ অবহেলা ফলত আজিবহুত লোক মৃত্যু হোৱা লগতে বহুত পৰিয়াল গৃহ হাৰা হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.