ETV Bharat / state

সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে চুব নোৱাৰা দেৰগাঁও সমষ্টিৰ এটা পথ

author img

By

Published : Mar 11, 2021, 10:26 AM IST

যোৰহাট টাউনৰ পৰা মাত্ৰ 4 km আতঁৰত থকা এটা পথে জ্বলা-কলা খুৱাইছে পথচাৰীক ৷ বোকা-পানীৰে পৰিপূৰ্ণ পথ দেখিলে আপুনিও ক'ব যেন এইটো পথ নহয় খেতি পথাৰহে ৷ প্ৰায় 100 খন গাঁৱৰ মানুহে অহা যোৱা কৰা পথটো পুনৰ নিৰ্মাণ তথা উন্নয়ন কৰা কথা চিন্তা কৰিবলৈ সময় নাপালে বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ৷ বছৰৰ পাছত বছৰ ধৰি তেনেকৈয়ে ৰ'ল পথটোৰ অৱস্থা ৷

সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে চুব নোৱাৰা দেৰগাঁও সমষ্টিৰ এটা পথ
সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে চুব নোৱাৰা দেৰগাঁও সমষ্টিৰ এটা পথ

দেৰগাঁও,11মাৰ্চ: পৰিৱৰ্তনৰ শ্ল'গানেৰে গাদী দখল কৰা সোণোৱাল চৰকাৰৰ শাসনকাল শেষ হ'ল ৷ কিন্তু শ্ল'গান যেন তেনেকৈয়ে ৰ'ল ৷ যোৰহাট জিলাৰ দেৰগাঁও সমষ্টিৰ মালৌআলী মনাইমাজি অঞ্চলক চুব নোৱাৰিলে পৰিৱৰ্তনৰ বতাহজাকে ৷ যোৰহাট টাউনৰ পৰা মাত্ৰ 4 km আতঁৰত থকা এটা পথে জ্বলা-কলা খুৱাইছে পথচাৰীক ৷ বোকা-পানীৰে পৰিপূৰ্ণ পথ দেখিলে আপুনিও ক'ব যেন এইটো পথ নহয় খেতি পথাৰহে ৷ প্ৰায় 100 খন গাঁৱৰ মানুহে অহা যোৱা কৰা পথটো পুনৰ নিৰ্মাণ তথা উন্নয়ন কৰা কথা চিন্তা কৰিবলৈ সময় নাপালে বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ৷ বছৰৰ পাছত বছৰ তেনেকৈয়ে ৰ'ল পথটোৰ অৱস্থা ৷

কিন্তু এতিয়া নিৰ্বাচনৰ ভৰপক সময় ৷ সমষ্টিয়ে সমষ্টিয়ে ভোট ভিক্ষা কৰিবলৈ ভিৰ কৰিব প্ৰাৰ্থীয়ে ৷ আন আন সমষ্টিৰ দৰে এই পথটোৰেই দেৰগাঁও সমষ্টিলৈ আহিব অগপ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভঁৰালীয়ে ৷ কোনো দিনেই পথটো উন্নয়ণৰ বাবে গুৰুত্ব নিদিয়া বিধায়ক গৰাকীয়ে কি দৰে সমষ্টিবাসীৰ আগত আহি ভোট খুজিব আৰু জনসাধাৰনে কি দৰে গ্ৰহণ কৰিব সোয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক: বগৰীবাৰীৰ বাণাক্ৰান্তৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.