ETV Bharat / state

নাঙলভাঙাত বন্যহস্তীৰ তাণ্ডৱ - নাঙলভাঙাত বন্যহস্তীৰ তাণ্ডৱ

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱৰ ফলত হাৰাশাস্তি ভুগিব লগা হয় স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে তৎপৰতাৰে হাতীৰ দলটো খেদি পঠিয়াবলৈ সক্ষম হয় ।

Wild elephant in Hojai
নাঙলভাঙাত বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Aug 25, 2020, 3:31 PM IST

হোজাই,25 আগষ্ট : ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ তীব্ৰ সংঘাত ৷ সোমবাৰে নিশা হোজাই জিলা লংকা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত নাঙলভাঙাত বন্যহস্তীয়ে তাণ্ডৱ চলায় । ৭০/৮০ জনীয়া এটি বন্যহস্তীৰ দলে গাঁওখনত সোমাই স্থানীয় ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ লগতে পথাৰৰ ধান, বাৰীৰ গছ-গছনী ভাঙি তহিলং কৰে ।

লগতে পঢ়কঃ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু

নাঙলভাঙাত বন্যহস্তীৰ তাণ্ডৱ

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱৰ ফলত হাৰাশাস্তি ভুগিব লগা হয় স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে তৎপৰতাৰে হাতীৰ দলটো খেদি পঠিয়াবলৈ সক্ষম হয় । কিন্তু উক্ত সময়ছোৱাত ঘটনাস্থলীত উপস্থিত নহ'ল লংকা বন বিভাগৰ কোনো লোক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.