ETV Bharat / state

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ হাতত আটক মাৰণাস্ত্ৰসহ দুই যুৱক

author img

By

Published : Sep 2, 2019, 9:44 AM IST

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ হাতত আটক হ'ল মাৰণাস্ত্ৰসহ দুই যুৱক ৷ আটকাধীন লোক দুজনৰ নাম নাগৰাজ ৰামু দেৱলিগা আৰু ছেলিম ৷ যুৱক দুজনৰ ঘৰ মহাৰাষ্ট্ৰত ৷

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুই যুৱক

হোজাই,2 চেপ্তেম্বৰঃ হোজাই আৰক্ষীৰ জালত নিশা মাৰণাস্ত্ৰসহ আটক দুই যুৱক ৷ মোৰাঝাৰ আৰক্ষীয়ে আটক কৰে পিষ্টলসহ যুৱক দুজনক ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে নিশা বিশেষ সূত্ৰৰ পম খেদি যুৱক দুজনক কপাহবাৰী অঞ্চলৰ পৰা এটা পিষ্টলসহ আটক কৰে ৷ আটকাধীন দুই যুৱকৰ নাম ক্ৰমে মহাৰাষ্ট্ৰৰ নাগৰাজ ৰামু দেৱলিগা আৰু ছেলিম | যুৱক দুজনে মহাৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰিছিল এই মাৰণাস্ত্ৰ ৷ সৰবৰাহ কৰি আনি লগত লৈ ঘুৰি ফুৰা অৱস্থাত মোৰাঝাৰ আৰক্ষীৰ আটক কৰে যুৱক দুজনক ৷ বৰ্তমান মোৰাঝাৰ আৰক্ষীয়ে আটকাধীন যুৱক দুজনক মোৰাঝাৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Intro:হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ জালত মাৰণাস্ত্ৰ সহ দুই যুৱক | Body:হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ জালত মাৰণাস্ত্ৰ সহ দুই যুৱক | নাম নাগৰাজ ৰামু দেৱলিগা আৰু ছেলিম | ঘৰ মহাৰাষ্ট্ৰত |

হোজাই আৰক্ষীৰ জালত নিশা মাৰণাস্ত্ৰ  সহ দুই যুৱক আটক | মোৰাঝাৰ আৰক্ষীয়ে আটক কৰে পিষ্টল সহ দুই যুৱকক | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে নিশা বিশেষ সূত্ৰৰ পম খেদি দুই যুৱকক কপাহবাৰী অঞ্চলত ঘুৰি ফুৰা অৱস্হাত প্ৰথমে সোধ-পোছ কৰাৰ লগতে তালাচী চলোৱাত যুৱকদ্বয়ৰ পৰা উদ্ধাৰ হয় এটা পিষ্টল | আটকাধীন দুই যুৱকৰ নাম ক্ৰমে মহাৰাষ্ট্ৰৰ নাগৰাজ ৰামু দেৱলিগা আৰু ছেলিম | যুৱক দুজনে মহাৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰিছিল এই মাৰণাস্ত্ৰ | সৰবৰাহ কৰি আনি লগত লৈ ঘুৰি ফুৰা অৱস্থাত মোৰাঝাৰ আৰক্ষীৰ আটক কৰে দুই যুৱকক | বৰ্তমান মোৰাঝাৰ আৰক্ষীয়ে আটকাধীন দুই যুৱক মোৰাঝাৰ থানাত ৰাখি ঘটনাসন্দৰ্ভত চলাই আছে মাৰাথন জেৰা |

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.