ETV Bharat / state

দিনৰ 1 বজালৈ এটা চৰকাৰী কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী

author img

By

Published : Oct 29, 2020, 7:21 PM IST

লামডিঙৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়নৰ প্ৰকল্পৰ কাৰ্যালয়ত দিনৰ 1 বজালৈ নাই কোনো এগৰাকীও চৰকাৰী কৰ্মচাৰী ৷ এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে সাংবাদিকৰ উপস্থিতিৰ উমান পাই খুলিলে কাৰ্যালয়ৰ দুৱাৰ ৷

চৰকাৰী কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী
চৰকাৰী কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী

হোজাই, 29 অক্টোবৰ: দিনৰ 1 বজালৈ চৰকাৰী কাৰ্যালয়ত নাই কোনো চৰকাৰী কৰ্মচাৰী ৷ সাংবাদিকৰ উপস্থিতিৰ উমান পাই অস্থায়ী কৰ্মচাৰীয়ে খুলিলে কাৰ্যালয়ৰ দুৱাৰ ৷ এই ঘটনা সংঘটিত হৈছে লামডিঙৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়নৰ প্ৰকল্পৰ কাৰ্যালয়ত ৷

দিনৰ 1 বজালৈ এটা চৰকাৰী কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী

পূজাৰ বন্ধ যেন অন্ত পৰা নাই কাৰ্যালয়টোৰ কৰ্মচাৰী সকলৰ ৷ মাথো এজন অস্থায়ী কৰ্মচাৰী নিয়োগ কৰি সম্পূৰ্ণ কাৰ্যালয়ৰ দায়িত্ব অৰ্পন কৰাৰ অভিযোগ উত্থাপন হৈছে কাৰ্যালয়টোৰ চি.ডি.পি.অ' ভৱজ্যোতি শাইকীয়াৰ বিৰুদ্ধে ৷ বৃহস্পতিবাৰে দিনৰ 1 বজাতো কাৰ্যালয়ত দেখিবলৈ পোৱা নগ'ল কোনো এগৰাকীও কৰ্মচাৰীক ৷

লগতে পঢ়ক: শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.