- হোজাই জিলাৰ লংকাৰ ৰেল ষ্টেচনৰ সমীপৰ হনুমান মন্দিৰত চুৰিকাণ্ড
- চোৰে মন্দিৰৰ পৰা লুটি নিলে মূল্যৱান সোণ-ৰূপৰ সামগ্ৰীৰ লগতে নগদ ধন
- নিশা পূজা কৰিবলৈ আহি চুৰিকাণ্ডৰ সম্পৰ্কে জ্ঞাত হৈছিল পূজাৰী
- ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাত এজাহাৰ দাখিল
- বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষীৰ লোক
লংকাৰ হনুমান মন্দিৰত চোৰৰ লুটপাত
লংকাৰ হনুমান মন্দিৰত চোৰৰ লুটপাত - সোণ-ৰূপৰ সামগ্ৰী
চোৰে মন্দিৰৰ পৰা লুটি নিলে মূল্যৱান সোণ-ৰূপৰ সামগ্ৰীৰ লগতে নগদ ধন
![লংকাৰ হনুমান মন্দিৰত চোৰৰ লুটপাত](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2812884-86-872cc919-403f-4419-9e0a-90ac3c44ca8c.jpg?imwidth=3840)