ETV Bharat / state

হোজাইৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি - হোজাইৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ প্ৰৱেশ গেটত তলা ওলমাই প্ৰতিবাদ

হোজাইৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত ব্যাপক বিসংগতি ৷ অভিযোগ অনুসৰি কাৰ্যলয়টোত চাউল ভৰ্তি গাড়ী বোৰ ওজন কৰাৰ পিছত অন্য ঠাইত ওজন কৰিলে প্ৰায় 45/50 কেজি চাউল কম ওলাই ৷

Tense situation at Hojai FCI office
হোজাইৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Dec 29, 2019, 2:48 PM IST

হোজাই, 29 ডিচেম্বৰ: হোজাইৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত পোহৰলৈ আহিছে ব্যাপক বিসংগতি ৷ এই বিসংগতি পোহৰলৈ অহাৰ পাছতে কাৰ্যালয়টোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ উল্লেখ্য যে পোহৰলৈ আহিছে কাৰ্যলয়টোত দীৰ্ঘদিনৰ পৰা চলি অহা ওজনৰ খেলি মেলি ৷ অভিযোগ অনুসৰি কাৰ্যলয়টোত চাউল ভৰ্তি গাড়ী বোৰ ওজন কৰাৰ পিছত অইন ঠাইত ওজন কৰিলে প্ৰায় 45/50 কেজি চাউল কম ওলাই ৷ আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে চালক, মালিক আৰু সমবায়ৰ এজেন্ট সকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷

হোজাইৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

এই ঘটনাৰ পাছতে ক্ষোভিত লোক সকলে প্ৰবন্ধক দীপক কুমাৰৰ নেতৃত্বত গাড়ী বোৰত প্ৰকৃত ওজনতকৈ কমকৈ চাউল দিয়াৰ অভিযোগ উত্থাপন কৰি কাৰ্যালয়ৰ প্ৰৱেশ গেটত তলা ওলমাই সাব্যস্ত কৰে এক প্ৰতিবাদ ৷ এতিয়া প্ৰশ্ন হয় ওজনৰ নামত চলি থকা এই দুৰ্নীতিৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে উদ্ধৰ্তম কৰ্তৃপক্ষই ৷ নে এনেদৰে ওজন কৰাৰ নামত কাৰ্যলয়টোত চলি থাকিব ব্যাপক কেলেংকাৰী ৷

Intro:হোজাইত ভাৰতীয় খাদ্য নিগমৰ (FCI) কাৰ্যলয়ত উত্তপ্ত পৰিস্থিতি ।Body:হোজাইত ভাৰতীয় খাদ্য নিগমৰ (FCI) কাৰ্যলয়ত উত্তপ্ত পৰিস্থিতি ।
কাৰ্যলয়টোত দীৰ্ঘদিনৰ পৰা চলি অহা ওজনৰ খেলি মেলি ধৰা পৰাৰ পিছত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।লক্ষণীয় যে কাৰ্যলয়ত চাউল ভৰ্তি গাড়ী বোৰ ওজন কৰাৰ পিছত অইন ঠাইত ওজন কৰিলে প্ৰায় ৪৫/৫০ কেজি চাউল কম ওলাই।ফলত চালক ,মালিক আৰু সমবায়ৰ এজেন্ট সকলে এনেদৰে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি।
প্ৰবন্ধক দীপক কুমাৰৰ নেতৃত্বত গাড়ী বোৰত ওজন কমকৈ চাউল দিয়াৰ অভিযোগ উত্থাপন কৰি কাৰ্যলয়ৰ প্ৰৱেশ গেটত তলা ওলমাই সাব্যস্ত কৰে এক প্ৰতিবাদ।এতিয়া প্ৰশ্ন হয় ওজনৰ নামত চলি থকা এই দুৰ্নীতিৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে উদ্ধৰ্তন কৰ্তৃপক্ষই ।নে এনেদৰে ওজন কৰাৰ নামত কাৰ্যলয় টোত চলি থাকিব আন এক ছিণ্ডিকেট।

BITE-প্ৰতিবাদী

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.