ETV Bharat / state

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত চতুৰ্থ স্থান লাভ সুৰভিৰ

author img

By

Published : Jun 25, 2020, 7:54 PM IST

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত বাণিজ্য শাখাত 465 নম্বৰ লাভেৰে চতুৰ্থ স্থান লাভ কৰিছে হোজাইৰ শংকৰদেৱ জুনিয়ৰ কলেজৰ ছাত্ৰী সুৰভি দেৱে ৷ ছাত্ৰীগৰাকীৰ সফলতাত স্বাভাৱিকতে সন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে শিক্ষকসকলে ৷

Surabhi Deb secured 4th position in commerce stream at HS final exam 2020 hojai assam etv bharat news
বাণিজ্য শাখাত চতুৰ্থ স্থান লাভ সুৰভিৰ

হোজাই,25 জুন: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত বাণিজ্য শাখাত 465 নম্বৰ লাভেৰে চতুৰ্থ স্থান লাভ কৰিছে হোজাইৰ শংকৰদেৱ জুনিয়ৰ কলেজৰ ছাত্ৰী সুৰভি দেৱে ৷ জিলাখনৰ সজল দেৱ আৰু লিলি দেৱৰ জীয়ৰী সুৰভিয়ে ভৱিষ্যতে এগৰাকী চাটাৰ্ড একাউণ্টটেণ্ট হোৱাৰ লক্ষ্য স্থিৰ কৰি ৰাখিছে ৷ ছাত্ৰীগৰাকীৰ সফলতাত স্বাভাৱিকতে সন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে শিক্ষকসকলে ৷

বাণিজ্য শাখাত চতুৰ্থ স্থান লাভ সুৰভিৰ

লগতে চাওকঃ 470 নম্বৰ লাভেৰে কলা শাখাৰ ষষ্ঠ স্থানত হৰ্ষিতা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.