ETV Bharat / state

মুম্বাইত আৱদ্ধ হোজাইৰ 40 জন শ্ৰমিকক ৰাজ্যলৈ ঘূৰাই পঠালে চনু চুডে

author img

By

Published : Jun 11, 2020, 1:33 PM IST

বলীউডৰ খলনায়ক ৰূপে পৰিচিত চনু চুডে মুম্বাইত আৱদ্ধ হোজাইৰ 40 জন শ্ৰমিকক উদ্ধাৰ কৰি নিজ ৰাজ্যলৈ প্ৰেৰণ কৰে বিমানযোগে ৷

Sonu Sood arranged flight to send Assamese migrants to return home
মুম্বাইত আৱদ্ধ হোজাইৰ 40 জন শ্ৰমিকক ৰাজ্যলৈ ঘূৰাই পঠালে চনু চুডে

হোজাই,11জুনঃ শেহতীয়াকৈ জনপ্ৰিয় অভিনেতা চনু চুডে মুম্বাইৰ পৰা হোজাইলৈ 40 জন শ্ৰমিকক প্ৰেৰণ কৰিছে ৷ চনু চুডৰ এই মহানতাই সম্প্ৰতি বহুজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

মুম্বাইত আৱদ্ধ অসমৰ হোজাইৰ এই 40 জন শ্ৰমিকক উদ্ধাৰ কৰি বিমানযোগে অসমলৈ প্ৰেৰণ কৰিছে চনু চুডে ৷ হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ এই শ্ৰমিকসকল মুম্বাইৰ পৰা শিলচৰলৈ আহিছিল বিমানেৰে ৷ তাৰ পিছত হোজাই জিলা প্ৰশাসনে শিলচৰৰ পৰা হোজাইলৈ লৈ আহে শ্ৰমিক কেইজনক ৷ হোজাই জিলা প্ৰশাসনে শিলচৰৰ পৰা শ্ৰমিকসকলক গাড়ীৰে আনি স্বাস্থ্য পৰীক্ষাৰ অন্তত হোজাইৰ বিভিন্ন স্থানত কোৱাৰেন্টাইন কৰিছে ৷

লগতে পঢ়কঃবৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.