ETV Bharat / state

হোজাইৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

author img

By

Published : Sep 27, 2020, 12:52 PM IST

হোজাইত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰিল ট্ৰা'ক ৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে ট্ৰা'কখনৰ চালক আৰু হেণ্ডিমেন ৷

Road Accident In Hojai, Two Person Injured
হোজাইৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

হোজাই, 27 ছেপ্তেম্বৰ : দেওবাৰে পুৱাই হোজাইত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ হোজাইৰ লংকা মহাবিদ্যালয়ৰ সমীপত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

প্ৰাপ্ত তথ্য অনুসৰি, 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিং ভাঙি দ-খাৱৈত সোমাই পৰে এখন ট্ৰা'ক ৷ দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰা'কখনৰ নম্বৰ AS01 MC 2425 বুলি জানিব পৰা গৈছে ৷ উক্ত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ট্ৰা'কখনৰ চালক আৰু হেণ্ডিমেন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা লংকা আৰক্ষীয়ে আঘাতপ্ৰাপ্ত দুজনক প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে বাহনখন থানা চৌহদলৈ লৈ যায় ৷

লগতে পঢ়ক : এবছুৰ উদ্যোগত বিটিআৰ চুক্তিৰ নতুন শিক্ষানীতিক লৈ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.