ETV Bharat / state

লামডিঙত পথ দুৰ্ঘটনাঃ আহত দুই

author img

By

Published : Oct 5, 2020, 7:33 PM IST

লামডিঙত পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত 2 গৰাকী লোক ৷

Road Accident In Hojai Lumding, Two Injured
লামডিঙত পথ দুৰ্ঘটনাঃ আহত দুই

হোজাই, 5 অক্টোবৰ : সোমবাৰে হোজাই জিলাৰ লামডিঙত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ লামডিং লংকা সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো । ডবকা গুটি গাঁৱৰ পৰা লামডিং অভিমুখে আহি থকা অৱস্থাত AS02 Y 8850 নম্বৰ এখন পালচাৰ বাইকৰ মাজত দুৰ্ঘটনা সংঘটিত হয় ৷

দুৰ্ঘটনাগ্ৰস্ত হোৱা বাইক আৰোহী শান্তা দেৱনাথ আৰু মাতৃ মিলন দেৱনাথ গুৰুতৰভাৱে আহত হয় ৷ সংকটজনক অৱস্থা দুয়োগৰাকীকে হোজাই হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আনফালে বাইকখনক খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত কৰা টাটা বাহনখন পলায়ন কৰে ৷

লগতে পঢ়ক : ঘোষণা হ'ল 2020 চনৰ মেডিচিনৰ নোবেল বঁটা বিজয়ীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.