ETV Bharat / state

আৰক্ষী ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত, 11 জনৰ অৱস্থা সংকটজনক

author img

By

Published : Oct 31, 2021, 1:15 PM IST

শনিবাৰে হোজাই জিলাৰ লংকা-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত 2nd APTF (Assam police task foce) বেটালিয়ানৰ দুখনকৈ বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত আহত হয় ১৭ জনকৈ আৰক্ষীৰ জোৱান ৷

road accident
পথ দুৰ্ঘটনা

হোজাই, 31 অক্টোবৰ : শনিবাৰে হোজাই জিলাৰ লংকা-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । 2nd APTF(Assam police task foce) বেটালিয়ানৰ দুখনকৈ বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত আহত হয় ১৭ জনকৈ আৰক্ষীৰ জোৱান ৷

আহত জোৱান কেইজনৰ ভিতৰত 11 জনৰে অৱস্থা অতি সংকটজনক ৷ প্ৰথম অৱস্থাত আহত জোৱান কেইজনক প্ৰাথমিক চিকিৎসাৰ বাবে লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত থকা জোৱান কেইজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ ৷

road accident
পথ দুৰ্ঘটনা

লগতে পঢ়ক : ধাৰাবাহিকভাৱে মূল্য়বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ

উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হোৱা আৰক্ষীৰ বাহন কেইখন লামডিঙৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৷ শনিবাৰে আৰক্ষীৰ বাহন কেইখন আহি থকা অৱস্থাতে পাছফালৰ পৰা এখন ব্ৰেক ফেইল হোৱা ট্ৰাকে খুন্দা মাৰে ৷ যাৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাতো ।

লগতে পঢ়ক : 24 ঘণ্টাত ৰাজ্যত 283 গৰাকী ক’ভিড 19 ত আক্ৰান্ত, মৃত্যু 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.