ETV Bharat / state

হোজাইত গুৰু নানকৰ ৫৫০ তম জন্মজয়ন্তী পালন

শিখ সকলৰ গুৰু শ্ৰী গুৰু নানকৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া 550 তম জন্ম জয়ন্তী উপলক্ষে লংকাত উলিওৱা হয় বিশাল শোভাযাত্ৰা

author img

By

Published : Aug 22, 2019, 2:55 PM IST

হোজাইত শিখ সম্প্ৰদায় শোভাযাত্ৰা

হোজাই, 22 আগষ্টঃ হোজাইৰ লংকাৰ মাজমজিয়াৰে শিখ সম্প্ৰদায়ৰ বিশাল শোভাযাত্ৰা । শিখ সকলৰ গুৰু শ্ৰী গুৰু নানকৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া 550 তম জন্ম জয়ন্তী উপলক্ষে লংকাত উলিওৱা হয় বিশাল শোভাযাত্ৰা।

হোজাইত শিখ সম্প্ৰদায় শোভাযাত্ৰা

উল্লেখযোগ্য যে, ধুবুৰীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাই গুৱাহাটী,নগাঁও,চাপৰমুখ,বৰকোলাত শোভাযাত্ৰা বাহিৰ কৰা উপৰিও শ্বিলঙতো শোভাযাত্ৰা বাহিৰ কৰে শিখ ধৰ্মাৱলম্বীলোকসকলে ৷

Intro:হোজাই জিলা লংকা চহৰৰ মাজমজিয়াদি শিখ সম্প্ৰদায় লোক সকলৰ বিশাল শুভাযাত্ৰা।Body:হোজাই জিলা লংকা চহৰৰ মাজমজিয়াদি শিখ সম্প্ৰদায় লোক সকলৰ বিশাল শুভাযাত্ৰা।

শিখ সকলৰ প্ৰধান গুৰু শ্ৰী গুৰু নানক দেৱ জী ৰ নবেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া ৫৫০ তম জন্ম জয়ন্তী উপলক্ষে লংকা চহৰত এক বিশাল শুভাযাত্ৰা উলিওৱা হয়। সকলো সাৎ সংগত (ৰাইজে) সন্মুখত হাতী লৈ ,গুৰুৰ গুনানুকীৰ্তন কৰি,শিখ সম্প্ৰদায়ৰ মূল ধৰ্মগ্ৰন্থ গুৰু "শ্ৰীগুৰু গ্ৰন্থচাহেব জী" ক গাড়ীত তুলি লংকা চহৰৰ মাজেৰে পদ যাত্ৰা কৰি এক বিশাল শুভাযাত্ৰা কৰে । উল্লেখযোগ্য যে,উক্ত শুভাযাত্ৰা অসমৰ ধুবুৰী চহৰৰ পৰা আৰম্ভ কৰা হৈছিল।ধুবুৰী চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ বিভিন্ন ঠাই গুৱাহাটী,চিলং,নগাওঁ,
চাপৰমুখ,বৰকোলা ইত্যাদি ঠাইত নগৰ কীৰ্তন কৰি উক্ত শুভাযাত্ৰা লংকা চহৰত উপস্থিত হোৱাত লংকা চহৰৰ শিখ সম্প্ৰদায়ৰ লোক সকলে নাম কীৰ্তনেৰে মুখৰিত কৰি এক বিশাল শুভাযাত্ৰা ও ৰেলী বাহিৰ কৰে।উক্ত শুভাযাত্ৰাত পাচ সহশ্ৰাধিক লোকে অংশগ্ৰহন কৰাৰ লগতে,লংকা গুৰুদুৱাৰা প্ৰৱন্ধক কমিতি উদ্যোগত সকলো লোকৰ বাবে "গুৰু কা লংগৰ" প্ৰশাদ ব্যৱস্থা ও কৰা হয়।

BYTE: লংকা শিখ সমাজ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.