ETV Bharat / state

ভুৱা পৰিচয়েৰে যুৱতীক প্ৰেমৰ জালত পেলাই ৰঙাঘৰৰ আলহী হ'ল এজন

author img

By

Published : Jun 22, 2019, 1:11 PM IST

ভুৱা পৰিচয়েৰে যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক যুৱকৰ ৷ প্ৰকৃত পৰিচয় লাভ কৰি যুৱতীয়ে প্ৰেমিকৰ বিৰুদ্ধে তৰিলে গোচৰ ৷

ছ'চিয়েল মিডিয়াযোগে প্ৰেমৰ জাল

হোজাই,22 জুন : ভুৱা পৰিচয়েৰে ছ'চিয়েল মিডিয়াযোগে যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ বহু ঘটনাই নিতৌ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ হোজাইত জাহিদ আলম নামৰ এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল শান্তিবনৰ এগৰাকী যুৱতীৰ সৈতে ৷ প্ৰায় তিনি মাহ পূৰ্বে ফেচবুকৰ জৰিয়তে যুৱতীগৰাকীৰ সৈতে চিনাকী হোৱা যুৱকজনে যুৱতী গৰাকীক লগ ধৰিবলৈ আহোতে স্থানীয় যুৱকসকলে যুৱক-যুৱতী দুগৰাকীক আটক কৰি জেৰা চলোৱাত ওলাই পৰে যুৱকজনৰ প্ৰকৃত পৰিচয়। ভুৱা পৰিচয়েৰে যুৱতীগৰাকীক প্ৰেমৰ জালত পেলোৱা যুৱকজনক অৱশেষত ৰাইজে গতাই দিয়ে আৰক্ষীক। ইপিনে যুৱতীগৰাকীয়েও যুৱকজনৰ বিৰুদ্ধে গোচৰ তৰাত আৰক্ষীয়ে আটক কৰে যুৱকজনক।

ছ'চিয়েল মিডিয়াযোগে প্ৰেমৰ জাল

পঢ়ক - তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

হোজাইত লাভ জেহাদৰ বলি হিন্দু যুৱতী।।ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই ৰঙা ঘৰৰ আলহী হল এজন যুৱক।।

হোজাইত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে লাভ জেহাদৰ ঘটনা।।নিতৌ এটাৰ পিছত আন এটা লাভ জেহাদৰ ঘটনা  পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ হোজাই জিলাত।।

হয় ,প্ৰথমে চাওক এইজন যুৱকলৈ ।।নাম জাহিদ আলম ।।পিছে এইজন যুৱকে নিজকে হিন্দু পৰিচয় দি শান্তিবনৰ এইগৰাকী যুৱতীৰ লগত তিনি মাহ পূৰ্বে  ফেচবুকৰ জৰিয়তে হৈছিল চিনাকি।।ইয়াৰ পিছত লাহে লাহে প্ৰেমত পেলালে যুৱতী গৰাকীক ।।বনালে টিক টক ভিডিঅ ।।ভাইৰেল কৰিলে চচিয়েল মিডিয়াত।।অৱশেষত যুৱতী গৰাকীৰ লগত লগ কৰি থাকোতে স্থানীয় যুৱকসকলে যুৱক যুৱতীক আটক কৰি জেৰা চলোৱাত ওলাই পৰে যুৱক গৰাকীৰ প্ৰকৃত পৰিচয়।।ভুৱা  পৰিচয়ৰে যুৱতী গৰাকীক প্ৰেমৰ জালত পেলোৱা এই জন যুৱকক অৱশেষত ৰাইজে গতাই দিয়ে আৰক্ষীক।।ইপিনে যুৱতীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ তৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি যুৱক জনক আটক কৰে ।।

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.