হোজাই,24 জুন: কৰ’ণা মহামাৰীৰ বাবে ইতিমধ্যে অৰ্থনীতিৰ লগতে ব্যাপক প্ৰভাৱ পৰিছে শিক্ষাখণ্ডত ৷ সেয়ে ৰাজ্য়ৰ প্ৰায় স্তব্ধ হোৱা শিক্ষা ব্যৱস্থা পুনৰ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে হোজাই জিলা এনএছইউআই-ৰ এটা দলে ৷ দলটোৱে লগতে স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ হিচাপে ধৰি লোৱাৰ উপৰিও শিক্ষাৰ বাবে গ্ৰহণ কৰা ঋণৰ ক্ষেত্ৰত প্ৰায় ছমাহলৈ সুদ ৰেহাই দিবলৈ একপ্ৰকাৰ দাবী উত্থাপন কৰিছে ৷ ইয়াৰোপৰি দলটোৱে শিক্ষাৰ্থীসকলৰ মাছুল ৰেহাই দিবলৈ আহ্বান জনাইছে চৰকাৰক ৷ উক্ত বিষয় সন্দৰ্ভত এনএছইউআইৰ এটা দলে কেইবা দফীয়া দাবী উত্থাপন কৰি চৰকাৰক আহ্বান জনায় ৷
স্নাতকোত্তৰ শিক্ষাৰ্থীৰ শিক্ষা ঋণ ৰেহাইৰ দাবী এনএছইউআইৰ
ৰাজ্য়ৰ প্ৰায় স্তব্ধ হোৱা শিক্ষা ব্যৱস্থা পুনৰ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে হোজাই জিলা এনএছইউআই-ৰ এটা দলে ৷ দলটোৱে লগতে স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ হিচাপে ধৰি লোৱাৰ উপৰিও শিক্ষাৰ বাবে গ্ৰহণ কৰা ঋণৰ ক্ষেত্ৰত প্ৰায় ছমাহলৈ সুদ ৰেহাই দিবলৈ একপ্ৰকাৰ দাবী উত্থাপন কৰিছে ৷