ETV Bharat / state

Protest in Hojai : অংগনবাদী কেন্দ্ৰৰ স্থানান্তৰক লৈ হোজাইত বিতৰ্ক - হোজাইত মহিলা কৰ্মচাৰীৰ বিৰুদ্ধে অংগনবাদী কেন্দ্ৰ স্থানান্তৰকৰণৰ অভিযোগ

একমাত্ৰ নিজৰ সুবিধাৰ বাবে এটা অংগনবাদী কেন্দ্ৰ স্থানান্তৰ কৰিছে এগৰাকী মহিলা কৰ্মচাৰীয়ে ৷ হোজাইত এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিল সাধাৰণ জনতা (local people protest against transferring an anganwadi centre) ৷

local people protest against transferring an anganwadi centre
স্বাৰ্কেবস্তিৰ সভাপতিৰ ভাইবোৱাৰীয়েকৰ মইমতালিত ক্ষুব্ধ জনতা
author img

By

Published : Dec 15, 2021, 1:45 PM IST

হোজাই, 15 ডিচেম্বৰ : হোজাই জিলাৰ নখুটিৰ অংগনবাদী কেন্দ্ৰক লৈ ৰাইজ নামিছে প্ৰতিবাদত (local people protest against transferring an anganwadi centre) ৷ কেন্দ্ৰটোৰ এগৰাকী মহিলা কৰ্মচাৰীৰ মইমতালিত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷

নখুটীৰ স্বাৰ্কেবস্তিৰ 9 নং ৱাৰ্ডত 2001 চনৰ পৰা আহমদীয়া চুবাহি মক্তব অংগনবাদী কেন্দ্ৰটো চলি আছিল ৷ কিন্তু এতিয়া পাৰবীনা বেগম নামৰ সেই অংগনবাদী কেন্দ্ৰটোৰ কৰ্মচাৰী গৰাকীয়ে 1নং খ্ৰীং খ্ৰীং অঞ্চলৰ 1 নং ৱাৰ্ডলৈ কেন্দ্ৰটো স্থানান্তৰ কৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে (Protest regarding transferring an anganwadi centre) ৷

তেওঁলোকৰ মতে পাৰবীনা বেগমে ৰাইজৰ কথালৈ কাণসাৰ নকৰি কেন্দ্ৰটো উঠাই নিব বিচাৰিছে ৷ 1নং খ্ৰীং খ্ৰীং অঞ্চলৰ 1 নং ৱাৰ্ডত প্ৰায় 14 টাকৈ অংগনবাদী কেন্দ্ৰ থকাৰ পিছত নখুটি অঞ্চলৰ পৰা কেন্দ্ৰটো স্থানান্তৰ কৰাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

লগতে পঢ়ক : বজাৰত পাচলিৰ চৰা দাম; কোনে হৰলুকি কৰে কৃষকৰ লভ্যাংশ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.