ETV Bharat / state

হোজাইত অনুষ্টূপীয়াকৈ কালী পূজা উদযাপন

author img

By

Published : Nov 15, 2020, 9:36 AM IST

হোজাইত কালী পূজা উদযাপন ৷ ক'ভিড মহামাৰীৰ বাবে অনুষ্টূপীয়াকৈ পূজা উদযাপন ৷

Kali Puja Celebration At Hojai
হোজাইত অনুষ্টুপীয়াকৈ কালি পূজা উদযাপন

হোজাই, 15 নৱেম্বৰ : হোজাই জিলাৰ লংকাত পাচলি ব্যৱসায়িক সন্থাৰ উদ্যোগত কালী পূজা উদযাপন । বিগত বৰ্ষৰ তুলনাত অনুষ্টূপীয়াকৈ উদযাপন কৰা হয় পূজা ৷

Kali Puja Celebration At Hojai
হোজাইত অনুষ্টুপীয়াকৈ কালী পূজা উদযাপন

উল্লেখ্য যে, লংকা পাচলি ব্যৱসায়ী সন্থাই 22 বছৰ ধৰি উদযাপন কৰি আহিছে কালী পূজা ৷ বিগত বৰ্ষত 25 ফুট উচ্চতাৰ কালী মূৰ্তিৰে পূজা অনুষ্ঠিত কৰিছিল আয়োজক সমিতিয়ে ৷ চলিত বৰ্ষত ক'ভিড-19 ৰ বাবে 6 ফুট উচ্চতাৰ প্ৰতিমা স্থাপন কৰে আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক : সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.