ETV Bharat / state

লামডিং ৰে’লৱে আৰক্ষীৰ জালত লোহাৰ চোৰ

শুকুৰবাৰে বিয়লি 4 বজাত ৰে’লৱে পুলিচৰ এটি দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই পাথৰখোলাৰ ৰে’লৱে ষ্টেচনৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত চোৰে চুৰি কৰি নিয়া ৰে’ল বিভাগৰ লোহৰৰ সৈতে এখন বাহন জব্দ কৰিছে ৷

author img

By

Published : Jul 17, 2021, 9:41 AM IST

লামডিং ৰেলৱে আৰক্ষীৰ জালত লোহাৰ চোৰ
লামডিং ৰেলৱে আৰক্ষীৰ জালত লোহাৰ চোৰ

হোজাই, 17 জুলাই : ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চুৰি, ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছে ৷ তেনে এক চুৰি ঘটনাই সংঘটিত হৈছে লামডিঙত ৷ শুকুৰবাৰে বিয়লি 4 বজাত ৰে’লৱে পুলিচৰ এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই পাথৰখোলাৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত চোৰে চুৰি কৰি নিয়া ৰে’ল বিভাগৰ লোহৰ সৈতে এখন বাহন জব্দ কৰে ৷ লগতে ঘটনাৰ সৈতে জড়িত এজনক আটক কৰিবলৈ সক্ষম হৈছে ৷

লামডিং ৰেলৱে আৰক্ষীৰ জালত লোহাৰ চোৰ
লামডিং ৰেলৱে আৰক্ষীৰ জালত লোহাৰ চোৰ

আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা বাহনখনৰ নম্বৰ হৈছে AS-09C-3648 ৷ আনহাতে, আৰক্ষীয়ে বৰ্তমানলৈকে গাড়িচালক জনৰ সঠিক সন্ধান উলিয়াব পৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ মাৰাণাস্ত্ৰ সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.