হোজাই, 20 ছেপ্তেম্বৰ: হোজাই জিলাৰ লংকা কাকী আৰক্ষীৰ বৃহৎ সফলতা ৷ কাকী কাছধৰা গাঁৱত নিজ পত্নীক নৃশংসভাৱে হত্যা কৰা মণ্টু দাস অৱশেষত আৰক্ষীৰ জালত ৷ নিশা কোনো গোপন সুত্ৰৰ পম খেদি পথাৰৰ নিৰ্জন ঠাইত আত্মগোপন কৰি থকা অৱস্থাত মণ্টু দাসক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ উল্লেখ্য যে, নিজ পত্নীক বাঁহেৰে মৰিয়াই-মৰিয়াই হত্যা কৰিছিল লোক জনে ৷ আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত মণ্টু দাসে স্বীকাৰ কৰে এই কথা ৷
পত্নী হত্যাকাৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি.. - কাকী
কাকী কাছধৰা গাঁৱত নিজ পত্নীক নৃশংসভাৱে হত্যা কৰা মণ্টু দাস অৱশেষত আৰক্ষীৰ জালত ৷ নিজ পত্নীক বাহেঁৰে মৰিয়াই-মৰিয়াই হত্যা কৰিছিল লোকজনে ৷
হোজাই জিলা