হোজাই,8 আগষ্ট: হোজাইত অঘটন ৷ হোজাইৰ ওৱাৰীগেডিং গাঁৱৰ ৰেল লাইনৰ সমীপত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ এখন নম্বৰ প্লেটবিহীন বাইকৰ তলত মৃত লোকজন সোমাই পৰা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই মৃত যুৱকগৰাকীৰ ৷
অন্য এক খবৰৰ বাবে: পূৰ্ব লাডাখ পৰিদৰ্শন এয়াৰ চীফ হৰজিৎ সিং আৰোৰাৰ
ইফালে,মৃত যুৱকজনৰ দেহত নাই কোনো আঘাতৰ চিন ৷ যাৰ বাবে স্থানীয় লোকে এইয়া হত্যাকাণ্ড বুলি উল্লেখ কৰে ৷