হোজাই,17 জানুৱাৰীঃ শুকুৰবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় ‘শিল্পী দিৱস’ ৷ হোজাই জিলাৰ কাকীত শিল্পী দিৱসৰ লগত সংগতি ৰাখি সাব্যস্ত কৰা হয় "কা"বিৰোধী প্ৰতিবাদ ৷ শুকুৰবাৰে জ্যোতি-ৰাভা পুথিভঁৰালৰ উদ্যোগত কাকী সচেতন মঞ্চ,ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ সহযোগত 2 নং কাকী দিফলু ব্লকত ধৰ্মঘট কাৰ্যসূচীৰ মাধ্যমেৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷
লগতে পঢ়ক-শিল্পী দিৱসত জুবিন গাৰ্গৰ হুংকাৰ: ৰাজপাট নিদিয়ে বিজেপিক