ETV Bharat / state

হোজাইত জব্দ দুখনকৈ কয়লা ভৰ্তি ট্ৰাক

author img

By

Published : Oct 10, 2020, 1:33 PM IST

উপযুক্ত নথি প্ৰত্ৰ নথকাৰ বাবে হোজাইত জব্দ দুখনকৈ কয়লা ভৰ্তি ট্ৰাক ৷ সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে ৷ এখন ট্ৰাক নগাঁৱৰ মিছা আৰু আনখন গোলাঘাটলৈ কঢ়িয়াই নি আছিল কয়লা ৷

HOJAI SEIZED TWO COAL TRUCK
হোজাইত জব্দ দুখন কয়লা ভৰ্তি ট্ৰাক

হোজাই,10 অক্টোবৰঃ হোজাই আৰক্ষীয়ে শুকুৰবাৰে নিশা জব্দ কৰে দুখন কয়লা ভৰ্তি ট্ৰাক । উপযুক্ত নথি প্ৰত্ৰ নথকা জব্দকৃত ট্ৰাক দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে AS-17 1628 আৰু AS-01 DD9636 ।

HOJAI SEIZED TWO COAL TRUCK
হোজাইত জব্দ দুখন কয়লা ভৰ্তি ট্ৰাক
জব্দকৃত ট্ৰাক দুখনৰ এখনে তিনিকিল’ৰ অসম কোৱেৰীৰ পৰা মিছালৈ কয়লা কঢ়িয়াই নিয়াৰ লগতে আনখন ট্ৰাকে লংকাৰ বামুনগাঁৱৰ পৰা গোলাঘাটলৈ কয়লা নি থকাৰ সময়তে জব্দ কৰে উপযুক্ত নথি বিহিন ট্ৰাক দুখন। বৰ্তমান লংকা আৰক্ষী থানাৰ চৌহদত থকা কয়লা ভৰ্তী ট্ৰাক দুখনৰ সবিশেষ উদ্ধাৰৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷লগতে পঢ়কঃ মানাহত দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.