ETV Bharat / state

মোৰাঝাৰৰ কৃষি ঋণ কেলেংকাৰীত জড়িত পঞ্চমজন অভিযুক্তক আটক

author img

By

Published : Jul 28, 2019, 3:21 PM IST

মোৰাঝাৰ কৃষি ঋণ কেলেংকাৰীত জড়িত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ ৷ অভিযুক্তজন ৩৩ কোটি টকাৰ কৃষি ঋণ কেলেংকাৰীত জড়িত পঞ্চমজন অভিযুক্তক আটক মোৰাঝাৰ আৰক্ষীৰ ৷ অভিযুক্তজন মোৰাঝাৰ ষ্টেট বেংক শাখাৰ প্ৰাক্তন গাণনিক প্ৰদীপ কুমাৰ মিথি ৷ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পূৰ্বতে আৰক্ষীয়ে বেংকৰ শাখা প্ৰৱন্ধকসহ চাৰিজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷

মোৰাঝাৰৰ কৃষি ঋণ কেলেংকাৰীত জৰিত পঞ্চমজন অভিযুক্তক আটক

হোজাই, 28 জুলাই: হোজাই জিলাৰ মোৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত হোৱা ৩৩ কোটি টকাৰ কৃষি ঋণ কেলেংকাৰীত জড়িত পঞ্চমজন অভিযুক্তক আটক মোৰাঝাৰ আৰক্ষীৰ ৷ অভিযুক্তজন মোৰাঝাৰ ষ্টেট বেংক শাখাৰ প্ৰাক্তন গাণনিক প্ৰদীপ কুমাৰ মিথি ৷ মোৰাঝাৰ আৰক্ষীয়ে যোৱানিশা গ্ৰেপ্তাৰ কৰে মিথিক ৷ মোৰাঝাৰ ষ্টেট বেংকত প্ৰায় ৩৩ কোটি কৃষি ঋণ কেলেংকাৰীত জড়িত আছে বেংকৰ বিষয়া-কৰ্মচাৰী সহ ১৮ জন লোক ৷ এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পূৰ্বতে আৰক্ষীয়ে বেংকৰ শাখা প্ৰৱন্ধক সহ চাৰিজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷ সম্প্ৰতি প্ৰাক্তন গাণনিক জনক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Intro:মোৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত হোৱা ৩৩ কোটি টকাৰ কৃষি ঋণ কেলেংকাৰীত জৰিত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ | Body:হোজাই জিলাৰ
মোৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত হোৱা ৩৩ কোটি টকাৰ কৃষি ঋণ কেলেংকাৰীত জৰিত পঞ্চমজন অভিযুক্তক যোৱা কালি গ্ৰেপ্তাৰ কৰে মৌৰাঝাৰ আৰক্ষীয়ে |

মোৰাজাৰ ষ্টেট বেংকৰ প্ৰাক্তন গাণনিক প্ৰদীপ কুমাৰ মিথি৷

যোৱানিশা মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিথিক৷

এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পূৰ্বতে আৰক্ষীয়ে বেংকৰ শাখা প্ৰৱন্ধক সহ চাৰিজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰিছিল৷

সম্প্ৰতি প্ৰাক্তন গাণনিক জনক মাৰাথন
জেৰা চলাই আছে ৷

মোৰাজাৰ ষ্টেট বেংকত প্ৰায় ৩৩ কোটি কৃষি ঋণ কেলেংকাৰীত জড়িত আছে বেংকৰ বিষয়া-কৰ্মচাৰী সহ ১৮ জন লোক৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.