হোজাই, 8 ছেপ্তেম্বৰ: হোজাই চহৰৰ ন-খুটী বজাৰত খুচৰী ব্যৱসায়ীৰ ওপৰত বজাৰ কমিটিয়ে ৷ প্ৰতিদিনে 400 টকাকৈ বজাৰ মাচুল নিদিলে দোকান বন্ধ কৰি ব্যৱসায়ীক প্ৰাণে মৰা ভাবুকি দিলে শনিবজাৰ বজাৰ সমিতি তথা বজাৰৰ মহলদাৰ মতিবুৰ ৰহমানে ৷ মহলদাৰ তথা বজাৰ সমিতিয়ে বজাৰখনৰ খুচুৰা ব্ৰইলাৰ ব্যৱসায়ীৰ ওপৰত একনায়কত্ববাদ চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে ৷ ঘটনা অনুসৰি বহুকেইজন মাংস ব্যৱসায়ীয়ে আন ব্যৱসায়ীৰ পৰা গোটাকে ব্ৰইলাৰ কিনি আনি বজাৰত কাটি মাংস বিক্ৰী কৰি আহিছিল৷ অভিযোগ অনুসৰি, কিছু দিন পূৰ্বে শনি বজাৰ সমিতি আৰু বজাৰ মহলাদাৰে উক্ত খুচুৰা ব্ৰইলাৰ মাংসৰ ব্যৱসায়ী কেইজনৰ পৰা দৈনিক 20 ৰ পৰা 30 টকা বজাৰ মাচুলৰ সলনি প্ৰতিদিনে 400 টকাকৈ বজাৰ মাচুল দাবী কৰে৷ দাবী কৰা মাচুল নিদিলে ব্যৱসায়ীসকলৰ দোকান ভাঙি দিয়াৰ ওপৰিও প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে ৷ এইদৰে ব্যাপক হাৰত গুণ্ডা টেক্স জাপি দিয়াৰ কাৰ্যৰ বিৰোধীতাৰে এক এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী সকলে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷
হোজাইৰ বজাৰত গুণ্ডাগিৰি: ব্যৱসায়ীক প্ৰাণে মৰাৰ ভাবুকি - ব্যৱসায়ীক ভাবুকি বজাৰ কমিটিৰ
হোজাইৰ ন-খুটী শনি বজাৰত উত্তেজনা ৷ ব্যৱসায়ীক ভাবুকি বজাৰ কমিটিৰ ৷
হোজাই, 8 ছেপ্তেম্বৰ: হোজাই চহৰৰ ন-খুটী বজাৰত খুচৰী ব্যৱসায়ীৰ ওপৰত বজাৰ কমিটিয়ে ৷ প্ৰতিদিনে 400 টকাকৈ বজাৰ মাচুল নিদিলে দোকান বন্ধ কৰি ব্যৱসায়ীক প্ৰাণে মৰা ভাবুকি দিলে শনিবজাৰ বজাৰ সমিতি তথা বজাৰৰ মহলদাৰ মতিবুৰ ৰহমানে ৷ মহলদাৰ তথা বজাৰ সমিতিয়ে বজাৰখনৰ খুচুৰা ব্ৰইলাৰ ব্যৱসায়ীৰ ওপৰত একনায়কত্ববাদ চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে ৷ ঘটনা অনুসৰি বহুকেইজন মাংস ব্যৱসায়ীয়ে আন ব্যৱসায়ীৰ পৰা গোটাকে ব্ৰইলাৰ কিনি আনি বজাৰত কাটি মাংস বিক্ৰী কৰি আহিছিল৷ অভিযোগ অনুসৰি, কিছু দিন পূৰ্বে শনি বজাৰ সমিতি আৰু বজাৰ মহলাদাৰে উক্ত খুচুৰা ব্ৰইলাৰ মাংসৰ ব্যৱসায়ী কেইজনৰ পৰা দৈনিক 20 ৰ পৰা 30 টকা বজাৰ মাচুলৰ সলনি প্ৰতিদিনে 400 টকাকৈ বজাৰ মাচুল দাবী কৰে৷ দাবী কৰা মাচুল নিদিলে ব্যৱসায়ীসকলৰ দোকান ভাঙি দিয়াৰ ওপৰিও প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে ৷ এইদৰে ব্যাপক হাৰত গুণ্ডা টেক্স জাপি দিয়াৰ কাৰ্যৰ বিৰোধীতাৰে এক এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী সকলে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷
Body:হোজাইৰ ন-খুটী শনিবজাৰত খুচুৰা বইলা দোকানীৰ ওপৰত গোন্দা টেষ্ট বজাৰ সমিতি আৰু মহলদাৰৰ | প্ৰতিদিনে ৪০০ টকাকৈ বজাৰৰ মাচুল নিদিলে দোকান বন্ধ কৰা ও প্ৰাণে মৰা ভাবুকি প্ৰদান |
হোজাই জিলাৰ ন-খুটী শনিবজাৰত খুচুৰা ৱইলা মাংস ব্যৱসায়ীৰ ওপৰত গোন্দা টেষ্ট আৰোপ | শনিবজাৰ সমিতি আৰু মহলদাৰৰ এই একনায়কত্ব | গোন্দা টেষ্ট নিদিলে দোকান বন্ধ কৰাৰ ভাবুকি প্ৰদান | উল্লেখ যে, বিগত বহু দিনৰ পৰা নখুটীৰ দৈনিক বজাৰ শনি বজাৰৰ কেইবাখনো খুচুৰা বইলা ব্যৱসায়ীয়ে আনৰ পৰা গোটাকৈ বইলা ক্ৰয় কৰি আনি বইলা কাটি মাংস বিক্ৰী কৰি আছিল | কিন্তু কিছু দিনৰ পূৰ্বে শনিবজাৰ সমিতি আৰু বজাৰ মহলাদাৰে উক্ত খুচুৰা বইলা বিক্ৰী কৰা দোকানী সকলৰ ওপৰত প্ৰতিদিনে ২০/৩০ টকাৰ মাচুল দিয়াৰ বিপৰীতে ৪০০ টকাকৈ প্ৰতিদিনে বজাৰৰ মাচুল দিৱ লাগিৱ বুলি উল্লেখ কৰে আৰু ৪০০ টকা নিদিলে দোকান ভাঙি পেলোৱাৰ ভাবুকিও প্ৰদান কৰে | বজাৰৰ মাচুলৰ নামত অধিক পৰিমাণৰ গোন্দা টেষ্ট বিচাৰাত ব্যৱসায়ী সকল অসন্তুষ্ট হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনা সন্দৰ্ভত নখুটী থানাত এক এজাহাৰো দাখিল কৰে |
BYTE: ব্যৱসায়ী1.2/ KMSS
Conclusion:
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam